অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
এই তালিকাখন ভাৰতৰ ৰাজ্য অসমত অৱস্থিত ভাৰতৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ (ইংৰাজী: State Protected Monument in India) তালিকা যিখন ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (ইংৰাজী: Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে[1]।
ক্ৰমিক নং | বিৱৰণ | অৱস্থান | ঠিকনা | জিলা | ভৌগলিক স্থানাংক | চিত্ৰ |
---|---|---|---|---|---|---|
S-AS-1 | গণেশ মন্দিৰ |
অভয়াপুৰী | বঙাইগাঁও | |||
S-AS-2 | শিৱটিলাৰ শিৱ মন্দিৰ | সোণাই | কাছাৰ | |||
S-AS-3 | বামন ভগ্নাৱশেষ | দৰং | ||||
S-AS-4 | নাৰিকলি ভগ্নাৱশেষ | দৰং | ||||
S-AS-5 | যোৰপুখুৰী ভগ্নাৱশেষ | দৰং | ||||
S-AS-6 | তাম্ৰেশ্বৰ ভগ্নাৱশেষ | দৰং | ||||
S-AS-7 | নন্দীকেশ্বৰ দেৱালয় | জামুগুৰি হাট | শোণিতপুৰ | |||
S-AS-8 | গলচেপাৰ সূৰ্যৰ চিত্ৰ | শোণিতপুৰ | ||||
S-AS-9 | ঘূঘূৱা দৌল | ধেমাজি | ||||
S-AS-10 | মেগাজিন ঘৰ (Magazine House) |
ধুবুৰী | ||||
S-AS-11 | পানবাৰী ভগ্নাৱশেষ | ধুবুৰী | ||||
S-AS-12 | মটেৰিঝাৰ মন্দিৰ (Moterijhar Temple) |
ধুবুৰী | ||||
S-AS-13 | ৰাইদঙীয়া দৌল | ডিব্ৰুগড় | ||||
S-AS-14 | মৈৰামৰা দৌল | ডিব্ৰুগড় | ||||
S-AS-15 | বেজৰ দৌল (Bezar Doul) |
ডিব্ৰুগড় | ||||
S-AS-16 | ৰাওচ স্মৃতিচিহ্ন (Rousch Monument) |
গোৱালপাৰা | ||||
S-AS-17 | মহাদেৱ পৰ্বত | গোৱালপাৰা | ||||
S-AS-18 | পাগলাতেক ভগ্নাৱশেষ | গোৱালপাৰা | ||||
S-AS-19 | দেওপৰ্বত ভগ্নাৱশেষ | গোলাঘাট | ||||
S-AS-20 | নং ১ ডুবাৰাণী পুৰাতত্ব ক্ষেত্ৰ | গোলাঘাট | ||||
S-AS-21 | বাহাদুৰ গাঁওবুঢ়াৰ সমাধি | যোৰহাট | ||||
S-AS-22 | আমবাৰী | কামৰূপ | ||||
S-AS-23 | উমানন্দ মন্দিৰ পুৰাতত্ব ক্ষেত্ৰ | কামৰূপ | ||||
S-AS-24 | শিৱ মন্দিৰ | কামৰূপ | ||||
S-AS-25 | মণিকৰ্ণেশ্বৰ মন্দিৰ | ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী | কামৰূপ | |||
S-AS-26 | কানাই বৰশী বোৱা শিলালিপি | উত্তৰ গুৱাহাটী | কামৰূপ | |||
S-AS-27 | অশ্বক্ৰান্ত মন্দিৰ | উত্তৰ গুৱাহাটী | কামৰূপ | |||
S-AS-28 | দীৰ্ঘেশ্বৰী ভগ্নাৱশেষ | উত্তৰ গুৱাহাটী | কামৰূপ | |||
S-AS-29 | চিলাটিং শিলালিপি | কামৰূপ | ||||
S-AS-30 | ৰূদ্ৰেশ্বৰ মন্দিৰ (Rudreswar Temple) |
শিলসাঁকো, উত্তৰ গুৱাহাটী | কামৰূপ | |||
S-AS-31 | চন্দ্ৰশেখৰ মন্দিৰ | কামৰূপ | ||||
S-AS-32 | হৰ গৌৰী মন্দিৰ | কামৰূপ | ||||
S-AS-33 | ন-মঠ | কামৰূপ | ||||
S-AS-34 | উমাচল শিলালিপি | কামৰূপ | ||||
S-AS-35 | পাৰ্ছীয়ান শিলালিপি | কামৰূপ | ||||
S-AS-36 | পিংগলেশ্বৰ ভগ্নাৱশেষ | কামৰূপ | ||||
S-AS-37 | চন্দৰ মাৰঘৰ (Chandar Marghar) |
কামৰূপ | ||||
S-AS-38 | সিদ্ধেশ্বৰ মন্দিৰ (Siddheswar Temple) |
শুৱালকুছি | কামৰূপ | |||
S-AS-39 | মদন কামদেৱ | কামৰূপ | ||||
S-AS-40 | কাৰ্বি স্মৃতিচিহ্ন | কামৰূপ | ||||
S-AS-41 | বশিষ্ঠ মন্দিৰ | কামৰূপ | ||||
S-AS-42 | ভৈৰৱেশ্বৰী মন্দিৰ | ৰঙিয়া | কামৰূপ | |||
S-AS-43 | নাজিৰাখাট ভগ্নাৱশেষ | কামৰূপ | ||||
S-AS-44 | বৰগাং শিলালিপি | বৰগাং | কাৰ্বি আংলং | |||
S-AS-45 | সৰ্থে ৰংফাৰ ভগ্নাৱশেষ | কাৰ্বি আংলং | ||||
S-AS-46 | বুঢ়াগোঁসাই থান | কাৰ্বি আংলং | ||||
S-AS-47 | টিলাপাৰাৰ শিলত কটা দূৰ্গা | কাৰ্বি আংলং | ||||
S-AS-48 | বগা দৌলৰ শিলত কটা গণেশ | কাৰ্বি আংলং | ||||
S-AS-49 | মেথাং-লং-এ | কাৰ্বি আংলং | ||||
S-AS-50 | চিকাৰী ৰংপী গাঁৱৰ ভগ্নাৱশেষ | কাৰ্বি আংলং | ||||
S-AS-51 | শিলালিপি | মৰিগাঁও | ||||
S-AS-52 | দেৱস্থান ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-53 | মথাৰবাৰী ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-54 | দলমেনছ (Dolmens) |
নগাঁও | ||||
S-AS-55 | ৰাজবাৰী মন্দিৰসমূহ | ৰাজবাৰী | নগাঁও | |||
S-AS-56 | শংখদেৱী ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-57 | মন্দিৰৰ ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-58 | কাৱৈমাৰী ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-59 | হাতীমূৰা মন্দিৰ | জখলাবন্ধা | নগাঁও | |||
S-AS-60 | ন-মঠ ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-61 | মৌদংগা ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-62 | ৱাৰিগাদেং ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-63 | শিৱপুৰ ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-64 | গছতল ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-65 | মিকিৰতি ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-66 | আকাশীগংগা ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-67 | কেন্দুকুৰী ভগ্নাৱশেষ | নগাঁও | ||||
S-AS-68 | বিল্বেশ্বৰ দেৱালয় | নলবাৰী | ||||
S-AS-69 | Thanks and Rampart | ডিমা হাছাও | ||||
S-AS-70 | ৰামপৰ্ট শিলালিপি (Rampart Stone Inscription) |
উত্তৰ কাছাৰ | ||||
S-AS-71 | মাঘনোৱা মন্দিৰ | নাৰায়ণপুৰ | উত্তৰ লখিমপুৰ | |||
S-AS-72 | বাঘৰচুকৰ দৌল | উত্তৰ লখিমপুৰ | ||||
S-AS-73 | গোঁসাইপুখুৰী ভগ্নাৱশেষ | উত্তৰ লখিমপুৰ | ||||
S-AS-74 | দৌল | শিৱসাগৰ | ||||
S-AS-75 | বিষ্ণু দৌল | শিৱসাগৰ | ||||
S-AS-76 | দেৱী দৌল | শিৱসাগৰ | ||||
S-AS-77 | ৰংগনাথ দৌল | শিৱসাগৰ | ||||
S-AS-78 | ফাকুৱা দৌল (Fakuwa Doul) |
শিৱসাগৰ | ||||
S-AS-79 | হৰগৌৰী দৌল | শিৱসাগৰ | ||||
S-AS-80 | মাই দৌলৰ গৰখীয়া দৌল | শিৱসাগৰ | ||||
S-AS-81 | পিয়লি ফুকনৰ দৌল | শিৱসাগৰ | ||||
S-AS-82 | থাওৰা দৌল | থাওৰা | শিৱসাগৰ | |||
S-AS-83 | বিষ্ণু দৌল | শিৱসাগৰ | ||||
S-AS-84 | জগধাত্ৰী দৌল | শিৱসাগৰ | ||||
S-AS-85 | বৰপাত্ৰ পুখুৰী | শিৱসাগৰ | ||||
S-AS-86 | পিয়লি ফুকনক ফাঁচী দিয়া স্থান | শিৱসাগৰ | ||||
S-AS-87 | চৰাইদেউ | চৰাইদেউ | ||||
S-AS-88 | বগী দৌল | শিৱসাগৰ | ||||
S-AS-89 | গোলাঘৰ | শিৱসাগৰ | ||||
S-AS-90 | Sculpture at Chummery Compound | শোণিতপুৰ | ||||
S-AS-91 | ধন্দি ভগ্নাৱশেষ (Dhandi Ruins) |
ধন্দিপথাৰ | ধন্দিপথাৰ, ১ নং মাজিকুছি, পিন-৭৮৪১৬৮ |
বিশ্বনাথ | 26°51′01″N 93°41′56″E Monument on map |
|
S-AS-92 | বিশ্বনাথ মন্দিৰ | বিশ্বনাথ ঘাট | বিশ্বনাথ | |||
S-AS-93 | খ্ৰীষ্টিয়ান সমাধিক্ষেত্ৰ | শোণিতপুৰ | ||||
S-AS-94 | বাসুদেৱ দৌল | দ'লগুৰি, খাটৰগাঁও | বৰাচুক, দক্ষিণ কলাবাৰী, পিন-৭৮৪১৭৮ |
বিশ্বনাথ | 26°51′47″N 93°45′15″E Monument on map |
|
S-AS-95 | গড় দৌল | শোণিতপুৰ | ||||
S-AS-96 | বনগাঁও ভগ্নাৱশেষ | শোণিতপুৰ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.