অলকা য়াগনিক
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
অলকা য়াগনিক (ইংৰাজী: Alka Yagnik; জন্ম: ২০ মাৰ্চ ১৯৬৬) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তাই তিনি দশকৰ বেছি সময় ধৰি ভাৰতীয় চলচ্চিত্ৰৰ বিখ্যাত গায়িকা।[2] মহিলা নেপথ্য গায়িকাৰ বিভাগত তাই একমাত্ৰ মনোনীত প্ৰাৰ্থী হোৱাৰ সুনাম অৰ্জন কৰিছে, ১৯৯৪ চনত তাইৰ তিনিটা একক মনোনয় আছিল আৰু চতুৰ্থটো ইলা অৰুণৰ লগত আছিল।[3] তাই শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ফিল্মফেয়াৰ বঁটাত, ৩৬টা মনোনয়নৰ ৰেকৰ্ডৰ পৰা সাতবাৰ পুৰস্কাৰ পাইছে।[4] তাই এজনী অন্যতম মহিলা নেপথ্য গায়িকা যিয়ে বলিউডত সৰ্বাধিক সংখ্যক মহিলা-একক গীত গাইছে।[5]
ক্ষিপ্ৰ তথ্য অলকা য়াগনিক, জন্ম ...
অলকা য়াগনিক | |
---|---|
অলকা য়াগনিক | |
জন্ম | ২০ মাৰ্চ, ১৯৬৬ (৫৮ বছৰ)[1] কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নেপথ্য গায়িকা |
দাম্পত্যসঙ্গী | নীৰজ কাপুৰ (বি. ১৯৮৯) |
সন্তান | ১ জন |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ | Bollywood and regional filmi playback singing |
বাদ্যযন্ত্ৰ | Vocals |
কাৰ্যকাল | 1980–present |
বন্ধ কৰক