ইলা অৰুণ
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী।[1] লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে।[2] হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ শিতানত বঁটা লাভ কৰিছিল। তেখেতে গোৱা "ভোট ফ'ৰ ঘাগ্ৰা" একক গীতটো এক লাখতকৈও অধিক কপি বিক্ৰী হৈছে।[3]
ক্ষিপ্ৰ তথ্য ইলা অৰুণ, প্ৰাথমিক তথ্য ...
ইলা অৰুণ | |
---|---|
ইলা অৰুণ | |
প্ৰাথমিক তথ্য | |
সংগীতৰ প্ৰকাৰ | ভাৰতীয় ছবিৰ সংগীত, নেপথ্য কণ্ঠশিল্পী, ধ্ৰুপদী গায়ক, পপ গায়ক |
পেচা | গায়িকা, অভিনেত্ৰী |
বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৭৯–বৰ্তমান |
বন্ধ কৰক