ডাচ্চ ফুটবলাৰ From Wikipedia, the free encyclopedia
ৰবিন ভেন পাৰ্চি (ইংৰাজী: Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্ জাতীয় দলৰ হৈ খেলি আছে। নেডাৰলেণ্ডচ্ জাতীয় দলৰ অধিনায় ভেন পাৰ্চি হৈছে ডাচ্চ ফুটবল ক্লাব ফিয়েনৰ্ডৰ (Feyenoord) যুৱ সৃষ্টি।[3] ২০০৪ চনত তেওঁ ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবল ক্লাব আৰ্চেনল (Arsenal)ত যোগদান কৰে। ২০১১ চনৰ ১৬ আগষ্টত তেওঁ ক্লাবটোৰ অধিনায়ক হয় আৰু ইয়াৰ এবছৰ পিছত মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে।[4][5] তেওঁৰ খেলৰ ধৰণ আৰু প্ৰতিভালৈ চায় তেওঁক মহান ডাচ্চ খেলুৱৈ মাৰ্কো ভান বাষ্টনৰ (Marco van Basten) লগত তুলনা কৰা হয়।[6][7]
২০১৩ চনত ভেন পাৰ্চি | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | ৰবিন ভেন পাৰ্চি[1] | ||
জন্ম | ৬ আগষ্ট, ১৯৮৩ (৪১ বছৰ)[1] | ||
জন্মস্থান | ৰোট্টাৰৰ্ডম(Rotterdam), নেডাৰ্লেণ্ডচ্ | ||
উচ্চতা | 1.83 মিটাৰ (U=ft}})[2] | ||
খেলা স্থান | ষ্ট্ৰাইকাৰ | ||
ক্লাবৰ তথ্য | |||
বৰ্তমানৰ ক্লাব | মানচেষ্টাৰ ইউনাইটেড | ||
সংখ্যা | ২০ | ||
যুৱ কেৰিয়াৰ | |||
১৯৯৭-১৯৯৯ | এক্সিলসায়ৰ | ||
১৯৯৮-২০০১ | ফিয়েনৰ্ড একাডেমী | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
২০০১-২০০৪ | ফিয়েনৰ্ড | 61 | (15) |
২০০৪-২০১২ | আৰ্চেনাল | 194 | (96) |
২০১২– | মাঞ্চেষ্টাৰ ইউনাইটেড | 59 | (38) |
ৰাষ্ট্ৰীয় দল‡ | |||
২০০০ | নেডাৰলেণ্ডচ্ ১৭ অনূৰ্ধ্ব্ব | 6 | (0) |
২০০১ | নেডাৰলেণ্ডচ্ ১৯ অনূৰ্ধ্ব্ব | 6 | (0) |
২০০২-২০০৫ | নেডাৰলেণ্ডচ্ ২১ অনূৰ্ধ্ব্ব | 12 | (1) |
২০০৫– | নেডাৰলেণ্ডচ্ জাতীয় দল | 85 | (45) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 09:58, 11 May 2014 (UTC)। 13 June 2014 |
পাৰ্চিৰ মাক-দেউতাক দুয়ো শিল্পী আছিল আৰু সেয়ে তেওঁলোকে পুত্ৰকো শিল্পী হোৱাতো বিচাৰিছিল;[8] কিন্তু ফুটবলৰ প্ৰতি আগ্ৰহী পাৰ্চিয়ে এক্সিলচায়ৰৰ যুৱ বাহিনীত যোগদান কৰে। আন এটা গৃহ চহৰত থকা ক্লাব ফিয়েনৰ্ডত যোগদান কৰি তেওঁ তিনিটা চিজন সেই ক্লাবত কটায় ২০০২ চনত উয়েফা কাপ (UEFA Cup) হস্তগত কৰে।[9] ২০০১-০২ বৰ্ষত পাৰ্চিক ডাচ্চ ফুটবলাৰ অৱ দা ইয়াৰ (Dutch Football Talent of the Year) হিচাপে সন্মানিত কৰা হয়। ক্লাবৰ এটা সালসলনিৰ ফলত ক্লাবৰ মেনেজাৰ বাৰ্ট ভান মাৰউইক্সৰ (Bert van Marwijk) লগত ঘটা মনোমালিন্যৰ ফলত ২০০৪ চনত পাৰ্চি ইংলিছ প্ৰিমিয়াৰ লীগৰ ক্লাব আৰ্চেনললৈ ২.৭৫ মিলিয়ন পাউণ্ডৰ এক চুক্তিৰ জৰিয়তে যায়।[10][11] ক্লাবৰ প্ৰথমটো চিজনত তেওঁ FA Community Shield আৰু FA Cup জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছত আৰ্চেনলত থকা আঠটা বছৰত কোনো গুৰুত্বপূৰ্ণ ট্ৰফী জিকিবলৈ সক্ষম হোৱা নাছিল। ভেন পাৰ্চিক পাঁচবাৰলৈ Premier League Player of the Month হিচাপে সন্মানিত কৰা হৈছিল। ২০১৩ চনত The Guardian নামৰ বাতৰিকাকত খনে বিশ্বৰ শ্ৰেষ্ঠ ১০০ জন খেলুৱৈৰ মাজত পাৰ্চিক ১১ নং স্থান দিছিল।[12]
ভেন পাৰ্চিয়ে ক্ৰমান্বয়ে নেডাৰলেণ্ডচ্ৰ অনূৰ্ধ্ব্ব ১৭, অনূৰ্ধ্ব্ব ১৯ আৰু অনূৰ্ধ্ব্ব ২১ দলক নেতৃত্ব দিছিল। ২০০৫ চনত ৰোমানিয়াৰ বিপক্ষে এখন খেলত তেওঁ জ্যেষ্ঠ জাতীয় দলত অভিষেক ঘটাইছিল। ইয়াৰ পৰৱৰ্তী খেলখনত তেওঁ জ্যেষ্ঠ জাতীয় দলৰ হৈ ফিনলেণ্ডৰ বিপক্ষে প্ৰথমটো গ'ল দিছিল আৰু ৪-০ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল। ৮৫টা কেপৰ (caps) সৈতে ৪৫টা গ'লেৰে ভেন পাৰ্চি নেডাৰলেণ্ডচ্ৰ এতিয়ালৈ সৰ্বকালৰ সৰ্বাধিক গ'লকৰ্তা।[13][14] তেওঁ ২০০৬,২০১০ আৰু ২০১৪ চনৰ ফিফা বিশ্বকাপৰ লগতে UEFA Euro 2008 আৰু UEFA Euro 2012 ত জাতীয় দলৰ নেতৃত্ব বহন কৰিছে।
ক্লাব | চিজন | লীগ | কাপ | লীগ কাপ | ইউৰোপ | অন্যান্য[16] | সৰ্বমুঠ | |||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ডিভিজন | Apps | গ'ল | Apps | গ'ল | Apps | গ'ল | Apps | গ'ল | Apps | গ'ল | Apps | গ'ল | ||
ফিয়েনৰ্ড | ২০০১-০২ | Eredivisie | ১০ | ০ | ০ | ০ | – | ৭ | ০ | – | ১৭ | ০ | ||
২০০২-০৩ | ২৩ | ৯ | ৩ | ৭ | – | ২ | ০ | – | ২৮ | ১৬ | ||||
২০০৩-০৪ | ২৮ | ৬ | ২ | ০ | – | ৩ | ০ | – | ৩৩ | ৬ | ||||
সৰ্বমুঠ | ৬১ | ১৫ | ৫ | ৭ | – | ১২ | ০ | – | ৭৮ | ২২ | ||||
আৰ্চেনল | ২০০৪-০৫ | প্ৰিমিয়াৰ লীগ | 26 | 5 | 5 | 3 | 3 | 1 | 6 | 1 | 1 | 0 | 41 | 10 |
২০০৫-০৬ | 24 | 5 | 2 | 0 | 4 | 4 | 7 | 2 | 1 | 0 | 38 | 11 | ||
২০০৬-০৭ | 22 | 11 | 1 | 0 | 0 | 0 | 8 | 2 | – | 31 | 13 | |||
২০০৭-০৮ | 15 | 7 | 0 | 0 | 1 | 0 | 7 | 2 | – | 23 | 9 | |||
২০০৮-০৯ | 28 | 11 | 6 | 4 | 0 | 0 | 10 | 5 | – | 44 | 20 | |||
২০০৯-১০ | 16 | 9 | 0 | 0 | 0 | 0 | 3 | 1 | – | 19 | 10 | |||
২০১০-১১ | 25 | 18 | 2 | 1 | 3 | 1 | 3 | 2 | – | 33 | 22 | |||
২০১১-১২ | 38 | 30 | 2 | 2 | 0 | 0 | 8 | 5 | – | 48 | 37 | |||
সৰ্বমুঠ | 194 | 96 | 18 | 10 | 11 | 6 | 52 | 20 | 2 | 0 | 277 | 132 | ||
মানচেষ্টাৰ ইউনাইটেড[17] | ২০১২-১৩ | প্ৰিমিয়াৰ লীগ | 38 | 26 | 4 | 1 | 0 | 0 | 6 | 3 | – | 48 | 30 | |
২০১৩-১৪ | 21 | 12 | 0 | 0 | 0 | 0 | 6 | 4 | 1 | 2 | 28 | 18 | ||
সৰ্বমুঠ | 59 | 38 | 4 | 1 | 0 | 0 | 12 | 7 | 1 | 2 | 76 | 48 | ||
কেৰিয়াৰ সৰ্বমুঠ | ৩১৪ | ১৪৯ | ২৭ | ১৮ | ১১ | ৬ | ৭৬ | ২৭ | ৩ | ২ | ৪৩১ | ২০২ |
গ'ল | দিনাংক | স্থান | বিৰোধী দল | স্ক'ৰ | ফলাফল | প্ৰতিযোগিতা |
---|---|---|---|---|---|---|
1 | 8 June 2005 | Helsinki Olympic Stadium, Helsinki, Finland | ফিনলেণ্ড | 4–0 | 4–0 | 2006 FIFA World Cup qualification |
2 | 16 June 2006 | Gottlieb-Daimler-Stadion, Stuttgart, Germany | আইভৰি ক’ষ্ট | 1–0 | 2–1 | 2006 FIFA World Cup |
3 | 16 August 2006 | Lansdowne Road, Dublin, Republic of Ireland | আয়াৰলেণ্ড | 4–0 | 4–0 | Friendly |
4 | 6 September 2006 | Philips Stadion, Eindhoven, Netherlands | বেলাৰুছ | 1–0 | 3–0 | UEFA Euro 2008 qualifying |
5 | 2–0 | |||||
6 | 7 October 2006 | Vasil Levski Stadium, Sofia, Bulgaria | বুলগেৰিয়া | 1–1 | 1–1 | UEFA Euro 2008 qualifying |
7 | 11 October 2006 | Amsterdam Arena, Amsterdam, Netherlands | আলবেনিয়া | 1–0 | 2–1 | UEFA Euro 2008 qualifying |
8 | 13 June 2008 | Stade de Suisse, Bern, Switzerland | ফ্ৰান্স | 2–0 | 4–1 | UEFA Euro 2008 |
9 | 17 June 2008 | Stade de Suisse, Bern, Switzerland | ৰোমানিয়া | 2–0 | 2–0 | UEFA Euro 2008 |
10 | 20 August 2008 | Lokomotiv Stadium, Moscow, Russia | ৰাছিয়া | 1–0 | 1–1 | Friendly |
11 | 19 November 2008 | Amsterdam Arena, Amsterdam, Netherlands | ছুইডেন | 1–0 | 3–1 | Friendly |
12 | 2–0 | |||||
13 | 28 March 2009 | Amsterdam Arena, Amsterdam, Netherlands | স্কটলেণ্ড | 2–0 | 3–0 | 2010 FIFA World Cup qualification |
14 | 5 September 2009 | Grolsch Veste, Enschede, Netherlands | জাপান | 1–0 | 3–0 | Friendly |
15 | 26 May 2010 | Dreisamstadion, Freiburg, Germany | মেক্সিকো | 1–0 | 2–1 | Friendly |
16 | 2–0 | |||||
17 | 1 June 2010 | De Kuip, Rotterdam, Netherlands | ঘানা | 4–1 | 4–1 | Friendly |
18 | 5 June 2010 | Amsterdam Arena, Amsterdam, Netherlands | হাংগেৰী | 1–1 | 6–1 | Friendly |
19 | 24 June 2010 | Cape Town Stadium, Cape Town, South Africa | কেমেৰুন | 1–0 | 2–1 | 2010 FIFA World Cup |
20 | 25 March 2011 | Stadium Puskás Ferenc, Budapest, Hungary | হাংগেৰী | 4–0 | 4–0 | UEFA Euro 2012 qualifying |
21 | 29 March 2011 | Amsterdam Arena, Amsterdam, Netherlands | হাংগেৰী | 1–0 | 5–3 | UEFA Euro 2012 qualifying |
22 | 2 September 2011 | Philips Stadion, Eindhoven, Netherlands | ছান মাৰিণ' | 1–0 | 11–0 | UEFA Euro 2012 qualifying |
23 | 6–0 | |||||
24 | 7–0 | |||||
25 | 9–0 | |||||
26 | 26 May 2012 | Amsterdam Arena, Amsterdam, Netherlands | বুলগেৰিয়া | 1–0 | 1–2 | Friendly |
27 | 2 June 2012 | Amsterdam Arena, Amsterdam, Netherlands | উত্তৰ আয়াৰলেণ্ড | 1–0 | 6–0 | Friendly |
28 | 3–0 | |||||
29 | 13 June 2012 | Metalist Stadium, Kharkiv, Ukraine | জাৰ্মানী | 1–2 | 1–2 | UEFA Euro 2012 |
30 | 7 September 2012 | Amsterdam Arena, Amsterdam, Netherlands | তুৰস্ক | 1–0 | 2–0 | 2014 FIFA World Cup qualification |
31 | 16 October 2012 | Arena Națională, Bucharest, Romania | ৰোমানিয়া | 4–1 | 4–1 | 2014 FIFA World Cup qualification |
32 | 22 March 2013 | Amsterdam Arena, Amsterdam, Netherlands | এষ্ট’নিয়া | 2–0 | 3–0 | 2014 FIFA World Cup qualification |
33 | 26 March 2013 | Amsterdam Arena, Amsterdam, Netherlands | ৰোমানিয়া | 2–0 | 4–0 | 2014 FIFA World Cup qualification |
34 | 3–0 | |||||
35 | 11 June 2013 | Workers Stadium, Beijing, China | চীন | 1–0 | 2–0 | Friendly |
36 | 6 September 2013 | A. Le Coq Arena, Tallinn, Estonia | এষ্ট’নিয়া | 2–2 | 2–2 | 2014 FIFA World Cup qualification |
37 | 10 September 2013 | Estadi Comunal, Andorra la Vella, Andorra | আন্দৰা | 1–0 | 2–0 | 2014 FIFA World Cup qualification |
38 | 2–0 | |||||
39 | 11 October 2013 | Amsterdam Arena, Amsterdam, the Netherlands | হাংগেৰী | 1–0 | 8–1 | 2014 FIFA World Cup qualification |
40 | 4–0 | |||||
41 | 5–1 | |||||
42 | 17 May 2014 | Amsterdam Arena, Amsterdam, the Netherlands | ইকুৱেডৰ | 1–1 | 1–1 | Friendly |
43 | 31 May 2014 | De Kuip, Rotterdam, the Netherlands | ঘানা | 1–0 | 1–0 | Friendly |
44 | 13 June 2014 | Arena Fonte Nova, Salvador, Brazil | স্পেইন | 1–1 | 5–1 | 2014 FIFA World Cup |
45 | 4–1 |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.