এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।

ক্ষিপ্ৰ তথ্য মাটিকালি, জনসংখ্যা ...
এছিয়া
Globe centered on Asia, with Asia highlighted. The continent is shaped like a right-angle triangle, with Europe to the west, oceans to the south and east, and Australia visible to the south-east.
মাটিকালি 4,45,79,000 বৰ্গ কি.মি. (1,72,12,000 বৰ্গ মাইল)[1]
জনসংখ্যা 3,879,000,000 (1st)[2]
জনঘনত্ব 87/km2 (225/sq mi)
বাসিন্দা এছিয়ান
দেশসমূহ 48 (তালিকা)
অধীনস্থ অঞ্চলসমূহ
তালিকা
অস্বীকৃত অঞ্চলসমূহ
তালিকা
ভাষাসমূহ ভাষাসমূহৰ তালিকা
সময় অঞ্চলসমূহ UTC+2 ৰ পৰা UTC+12 লৈ
ইন্টাৰনেট TLD .asia
বৃহত্তম নগৰসমূহ
তালিকা
বন্ধ কৰক

ক্ষেত্ৰ

  • দক্ষিণ এছিয়া
  • পূব এছিয়া
  • পশ্চিম এছিয়া
  • দক্ষিণ পূব এছিয়া
  • মধ্য এছিয়া

দেশৰ সূচী

  1. আফগানিস্তান
  2. আৰ্মেনিয়া
  3. আজাৰবাইজান
  4. বাহৰেইন
  5. বাংলাদেশ
  6. ভূটান
  7. ব্ৰুনেই
  8. কম্বোডিয়া
  9. চীন
  10. চাইপ্ৰাছ
  11. পূৱ টিমুৰ
  12. ইজিপ্ত
  13. জৰ্জিয়া
  14. ভাৰত
  15. ইণ্ডোনেছিয়া
  16. ইৰাণ
  17. ইৰাক
  18. ইজৰাইল
  19. জাপান
  20. জৰ্ডান
  21. কাজাখাস্তান
  22. কুৱেইট
  23. কিৰগিজস্তান
  24. লাউচ
  25. লেবানন
  26. মালয়েছিয়া
  27. মালদ্বীপ
  28. মংগোলিয়া
  29. ম্যানমাৰ
  30. নেপাল
  31. উত্তৰ কোৰিয়া
  32. ওমান
  33. পাকিস্তান
  34. পেলেষ্টাইন
  35. ফিলিপাইন
  36. কাটাৰ
  37. ৰাছিয়া
  38. চৌদি আৰৱ
  39. ছিংগাপুৰ
  40. দক্ষিণ কোৰিয়া
  41. শ্ৰীলঙ্কা
  42. ছিৰিয়া
  43. তাজিকিস্তান
  44. থাইলেণ্ড
  45. তুৰস্ক
  46. তুৰ্কমেনিস্তান
  47. সংযুক্ত আৰৱ আমিৰাত
  48. উজবেকিস্তান
  49. ভিয়েটনাম
  50. য়েমেন

ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতি নোপোৱা দেশসমূহ:

  1. আবখাজিয়া
  2. আৰ্টছাখ
  3. উত্তৰ চাইপ্ৰাছ
  4. দক্ষিণ ওছেটিয়া
  5. টাইৱান

তথ্যসূত্ৰ

Wikiwand - on

Seamless Wikipedia browsing. On steroids.