জাকিৰ হুছেইন (ৰাজনীতিবিদ)
ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
জাকিৰ হুছেইন (ইংৰাজী: Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল। ইয়াৰ আগতে তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। জাকিৰ হুছেইনৰ নিঃস্বাৰ্থ দেশসেৱা আৰু বিশাল প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ উপাধি প্ৰদান কৰি সন্মনিত কৰিছিল আৰু ১৯৬৩ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে।[2]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
জাকিৰ হুছেইন | |
---|---|
তৃতীয় ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১৩ মে ১৯৬৭ – ৩ মে ১৯৬৯ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
উপ ৰাষ্ট্ৰপতি | বৰাহগিৰি ভেংকট গিৰি |
পূৰ্বসূৰী | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
উত্তৰসূৰী | বৰাহগিৰি ভেংকট গিৰি(সাময়িকী) |
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১৩ মে ১৯৬২ – ১২ মে ১৯৬৭ | |
ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
পূৰ্বসূৰী | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
উত্তৰসূৰী | বৰাহগিৰি ভেংকটগিৰি |
বিহাৰৰ ৰাজ্যপাল | |
কাৰ্যকাল ৬ জুলাই ১৯৫৭ – ১১ মে ১৯৬২ | |
মুখ্যমন্ত্ৰী | কৃষ্ণ সিংহা দীপ নাৰায়ণ সিংহা |
পূৰ্বসূৰী | আৰ আৰ দিবাকৰ |
উত্তৰসূৰী | এম এঅ আয়েংগাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৮ ফেব্ৰুৱাৰী, ১৮৯৭ হায়দ্ৰবাদ ৰাজ্য (বৰ্তমানৰ তেলঙ্গানা), ব্ৰিটিছ ভাৰত[1] |
মৃত্যু | ৩ মে', ১৯৬৯ (৭২ বছৰ) নতুন দিল্লী, দিল্লী, ভাৰত |
ৰাজনৈতিক দল | নিৰ্দলীয় |
দাম্পত্যসঙ্গী | চাহজাহান বেগম |
শিক্ষানুষ্ঠান | আলিগড় মুছলিম বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয় হামবল্ডট বিশ্ববিদ্যালয়, বাৰ্লিন |