তুৰ্কমেনিস্তান
From Wikipedia, the free encyclopedia
তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত। আশগাবাত ইয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ।
ক্ষিপ্ৰ তথ্য তুৰ্কমেনিস্তান TurkmenistanTürkmenistan (Turkmen), ৰাষ্ট্ৰভাষা (সমূহ) ...
তুৰ্কমেনিস্তান Turkmenistan Türkmenistan (Turkmen)
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত Garaşsyz Bitarap Türkmenistanyň Döwlet Gimni স্বাধীন আৰু নিৰপেক্ষ তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰীয় সংগীত |
||||||
তুৰ্কমেনিস্তানৰ অৱস্থান (red) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | আশগাবাত 37°58′N 58°20′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | তুৰ্কমেন ভাষা | |||||
তুৰ্কমেন ভাষা | ||||||
জনগোষ্ঠীসমূহ (২০১১) |
|
|||||
জাতীয়তাসূচক বিশেষণ | তুৰ্কমেন | |||||
চৰকাৰ | একক ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | গোৰ্বাঙুলি বেৰডিমুহম্মদৌ | ||||
- | মেজলিছৰ অধ্যক্ষ | অকজা নুৰবেৰদিয়েৱা | ||||
স্থাপিত | ||||||
- | খিভাৰ খানাতে | ১৫১১ | ||||
- | তুৰ্কীস্তান স্বায়ত্ত্বশাসিত ছোভিয়েট সমাজতান্ত্ৰিক গণতন্ত্ৰ | ৩০ এপ্ৰিল ১৯১৮ | ||||
- | তুৰ্কমেন ছোভিয়েট সমাজতান্ত্ৰিক গণতন্ত্ৰ | ১৩ মে ১৯২৫ | ||||
- | ছোভিয়েট ইউনিয়নৰ পৰা ঘোষণা | ২৭ ডিচেম্বৰ ১৯৯১ | ||||
- | স্বীকৃতি | ২৫ ডিচেম্বৰ ১৯৯১ | ||||
মাটিকালি | ||||||
- | মুঠ | ৪,৯১,২১০ বৰ্গ কিমি [1](৫৩ তম) ১,৮৮,৪৫৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৪.৯ (২৪,০৬৯ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১৪ আনুমানিক | ৫১,৭১,৯৪৩'"`UNIQ--ref-০০০০০০০১-QINU`"' (১১৭তম) | ||||
জিডিপি (পিপিপি) | ২০১৬ আনুমানিক | |||||
- | মুঠ | $৯৩.২৭১ বিলিয়ন[2] | ||||
- | জনমুৰি | $১৭,০৭২[2] | ||||
জিডিপি (নামমাত্ৰ) | ২০২৬ আনুমানিক | |||||
- | মুঠ | $৩৫.৩৯৮ বিলিয়ন[2] | ||||
- | জনমুৰি | $৬,৪৭৯[2] | ||||
জিনি সহগ? (১৯৯৮) | 40.8 | |||||
মানৱ উন্নয়ন সূচক (২০১৪) | ০.৬৮৮ (১০৯ তম) | |||||
মুদ্ৰা | তুৰ্কমেন নতুন মানাত (TMT ) |
|||||
সময় অঞ্চল | তুৰ্কমেনিস্তান মান সময় (TMT) (ইউটিচি+৫) | |||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .tm | |||||
কলিং ক'ড | +৯৯৩ |
বন্ধ কৰক
তুৰ্কমেনিস্তানৰ চৰকাৰী ভাষা তুৰ্কমেন। তুৰ্কমেন সকল এই অঞ্চলৰ সংখ্যাগৰিষ্ঠ জাতি। পূৰ্বতে দেশখন তুৰ্কমেন ছোভিয়েট সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ নামে পৰিচিত আছিল। লগতে ই ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা ঘোষণা কৰে আৰু ১৯৯২ চনত নতুন সংবিধান কাৰ্যক্ষম হয়।