কাস্পিয়ান সাগৰ
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
কাস্পিয়ান সাগৰ (ৰুছ: Каспи́йское мо́ре, tr. Kaspiyskoye more; IPA: [kɐˈspʲijskəjə ˈmorʲə], Azerbaijani: Xəzər dənizi, কাজাখ: Каспий теңізі Kaspiy teñizi, ফাৰ্চী: دریای خزر Daryā-e Xazar' ,دریای کاسپین Daryā-e Kāspiyan, তুৰ্কমেন: Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷[2][3] এই সাগৰৰ পৃষ্ঠকালি 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল) আৰু আয়তন সাঁচ:Convert/km3৷[4] এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই (endorheic basin-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷ [5]
কাস্পিয়ান সাগৰ | |
---|---|
The Caspian Sea as captured by the MODIS on the orbiting Terra satellite, June 2003 | |
স্থানাংক | 41°40′N 50°40′E |
প্ৰকাৰ | Endorheic, Saline, Permanent, Natural |
Primary inflows | Volga River, Ural River, Kura River, Terek River
Historically: Amu Darya |
Primary outflows | Evaporation |
Catchment area | 36,26,000 বৰ্গ কি.মি. (14,00,000 বৰ্গ মাইল)[1] |
Basin countries | Azerbaijan, Iran, Kazakhstan, Russia, Turkmenistan
Historically also Uzbekistan |
Max. length | ১,০৩০ কিমি |
Max. width | ৪৩৫ কিমি |
Surface area | 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল) |
Average depth | ২১১ মিটাৰ |
Max. depth | ১,০২৫ মিটাৰ |
Water volume | সাঁচ:Convert/km3 |
Residence time | 250 years |
Shore length1 | ৭,০০০ কিমি |
Surface elevation | -২৮ মিটাৰ |
Islands | 26+ |
Settlements | Baku (Azerbaijan), Rasht (Iran), Aktau (Kazakhstan), Makhachkala (Russia), Türkmenbaşy (Turkmenistan) (see article) |
References | [1] |
1 Shore length is not a well-defined measure. |
এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান , উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান (Azerbaijan), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান (Turkmenistan)৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন (Caspian Depression) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷
কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.