From Wikipedia, the free encyclopedia
হালধীয়া ঠেঙৰ হাইঠা (ইংৰাজী: Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷
হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon) | |
---|---|
অসমৰ কাজিৰঙাত হালধীয়া ঠেঙৰ হাইঠা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Treron |
প্ৰজাতি: | T. phoenicoptera |
বৈজ্ঞানিক নাম | |
Treron phoenicoptera (Latham, 1790) |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.