বিশ্বনাথ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
বিশ্বনাথ জিলা (IPA: ˌbɪswəˈnɑːθ ˈtʃɑːrɪˌælɪ) অসমৰ এখন জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে বিশ্বনাথ জিলা গঠন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।[1][2] শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল। ইয়াৰ উত্তৰে অৰুণাচল প্ৰদেশ দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু গোলাঘাট জিলা, পূবে লখিমপুৰ জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা অৱস্থিত। জিলাখনৰ সদৰ ঠাই হৈছে বিশ্বনাথ চাৰিআলি।
ক্ষিপ্ৰ তথ্য বিশ্বনাথ জিলা Biswanath district, দেশ ...
বিশ্বনাথ জিলা Biswanath district |
|
---|---|
— জিলা — | |
Holy Biswanath (2).JPGবিশ্বনাথ শিৱ মন্দিৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
বিশ্বনাথ জিলা | ২০১৫ |
সদৰ ঠাই | বিশ্বনাথ চাৰিআলি |
মাটিকালি | |
- মুঠ | ১,১০০ কি.মি.২ (৪২৪.৭ বৰ্গ মাইল) |
উচ্চতা | ৪৮ মিটাৰ (১৫৭.৪৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৫,৮০,০০০ জন |
- জনঘনত্ব | ৫২৭.৩ প্ৰতি বৰ্গ কি.মি. (১,৩৬৫.৬ প্ৰতি বৰ্গ মাইল) |
স্বীকৃত | |
- ভাষা | অসমীয়া ভাষা |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
বন্ধ কৰক