ফ্ৰান্স
From Wikipedia, the free encyclopedia
ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল। বৰ্তমানো ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ উপৰিও ইউৰোপিয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংগ।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ফৰাচী প্ৰজাতন্ত্ৰ République française
|
||||
---|---|---|---|---|
নীতিবাক্য Liberté, Égalité, Fraternité (Liberty, Equality, Fraternity) "মুক্তি, সমতা, ভ্ৰাতৃত্ব" |
||||
ৰাষ্ট্ৰীয় সঙ্গীত La Marseillaise "লা মাৰচেয়েছ" |
||||
মেট্ৰোপলিটান ফ্ৰান্সৰ অৱস্থান (গাঢ় সেউজীয়া) – ইউৰোপৰ মেপত (উজ্জ্বল সেউজীয়া & ধূসৰ ক'লা) |
||||
বিশ্বৰ ফৰাচী প্ৰজাতন্ত্ৰ এক অঞ্চল |
||||
ৰাজধানী | পেৰিছ 48°52′N 2°19.59′E | |||
বৃহত্তম নগৰ | ৰাজধানী | |||
ৰাষ্ট্ৰভাষা (সমূহ) | ফৰাচী | |||
চৰকাৰ | আংশিক-ৰাষ্ট্ৰপতি শাসিত একক প্ৰজাতন্ত্ৰ | |||
গঠন | ||||
- | ফৰাচী ৰাষ্ট্ৰ | ৮৪৩ (ভ্যৰ্দাঁৰ চুক্তি) | ||
- | বৰ্তমান সংবিধান | ১৯৫৮ (পঞ্চম ফৰাচী প্ৰজাতন্ত্ৰ) | ||
ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্তি | ২৫ মাৰ্চ, ১৯৫৭ | |||
- | মেট্ৰোপলিটান ফ্ৰান্স | |||
- IGN[1] | ৫৫১,৬৯৫ বৰ্গকিমি (৪৭তম) ২১৩,০১০ বৰ্গমাইল |
|||
- জৰীপ বৈশিষ্ট্য[2] | ৫৪৩,৯৬৫ বৰ্গকিমি (৪৭তম) ২১০,০২৬বৰ্গমাইল |
|||
জনসংখ্যা | ||||
(জানুৱাৰী ২০০৯) | ||||
- | মুঠ[3] | ৬৫,০৭৩,৪৮২[4] (১৯তম) | ||
- | মেট্ৰোপলিটান ফ্ৰান্স | ৬২,৪৪৮,৯৭৭[5] (২২তম) | ||
- | ঘনত্ব[6] | ১১৫ প্ৰতি বৰ্গকিমি (৮৯তম) ২৯৭ প্ৰতি বৰ্গমাইল |
||
জিডিপি (পিপিপি) | ২০০৯ আনুমানিক | |||
- | মুঠ | $২,১১২.৩৩ বিলিয়ন[7] (৮ম) | ||
- | জনমুৰি | $৩৩,৭৪৪.৪৫[7] (২৩তম) | ||
জিডিপি (নামমাত্ৰ) | ২০০৯ আনুমানিক | |||
- | মুঠ | $২,৬৩৪.৮২ বিলিয়ন[7] (৫ম) | ||
- | জনমুৰি | $৪২,০৯১.৩৩[7] (১৬তম) | ||
জিনি সহগ? (২০০৮) | ৩২.৭ | |||
মানৱ উন্নয়ন সূচক (২০০৭) | ০.৯৬১[8] (অনেক উচ্চ) (৮ম) | |||
মুদ্ৰা | ইউৰো,[9] সিএফপি ফ্ৰঁ[10] ( EUR, XPF ) |
|||
সময় অঞ্চল | CET[6] (ইউটিচি+১) | |||
- | গ্ৰীষ্মকালীন (ডিএছটি) | CEST[6] (ইউটিচি+২) | ||
গাড়ী চলোৱা হয় | right | |||
ইণ্টাৰনেট টিএলডি | .fr[11] | |||
কলিং ক'ড | +৩৩ 1 | |||
1 | The overseas regions and collectivities form part of the French telephone numbering plan, but have their own country calling codes: Guadeloupe +590; Martinique +596; French Guiana +594, Réunion and Mayotte +262; Saint Pierre et Miquelon +508. The overseas territories are not part of the French telephone numbering plan; their country calling codes are: New Caledonia +687, French Polynesia +689; Wallis and Futuna +681 |