পেড়া
ভাৰতীয় মিঠাই, প্ৰায়ে মছলাৰ সৈতে মিহলি কৰা দুগ্ধজাত কঠিন পদাৰ্থৰ ঘূৰণীয়া চেপেটা বল / From Wikipedia, the free encyclopedia
পেডা (উচ্চাৰণ: [ˈpeːɽa]</link> ) বা পেৰা ভাৰতৰ উত্তৰ প্ৰদেশৰ ম উদ্ভাৱন হোৱা এবিধ মিঠাই। অথুৰা চহৰত ইয়াৰ উৎপত্তি হৈছিল। পৰম্পৰাগতভাৱে ঘূৰণীয়া গল্ক এটা হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি দিলে যি ৰূপ লয় সেই হিচাপে প্ৰস্তুত কৰা হয়। ইয়াৰ মূল উপাদানসমূহ হ’ল খোয়া, চেনি আৰু ইলাচিৰ গুটিকে ধৰি পৰম্পৰাগত সোৱাদ যেনে শুকান ফল। ইয়াৰ ৰং বাদামী। ইয়াকপেধা, পেণ্ডা ( গুজৰাটী ভাষাত) আৰু পেৰা বুলিও জনা যায়। অসমৰ বোকাখাটৰ পেড়া অতি জনপ্ৰিয়। পূজাত দেৱতালৈয়ো প্ৰসাদ হিচাপে পেড়া আগবঢ়োৱা হয়।
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
পেড়া | |
অন্য নাম | Pedha, Pera |
---|---|
প্ৰকাৰ | মিঠাই, প্ৰসাদ |
উৎপত্তিৰ স্থান | Indian subcontinent (Mathura, Uttar Pradesh, India) |
অঞ্চল | ভাৰতীয় উপমহাদেশ, মৰিচাছ, ফিজি, আফ্ৰিকা, কেৰিবিয়ান, মালয় উপদ্বীপ |
মুখ্য উপাদান | খোয়া, চেনি |
বন্ধ কৰক