মৰিছাছ
ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
মৰিছাছ (ইংৰাজী: Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যিটো দেশৰ প্ৰধান সাগৰীয় বন্দৰ। ভাৰত মহাসাগৰৰ পশ্চিম অংশত আফ্ৰিকাৰ মূল ভূখণ্ডৰ পৰা ২০০০ কিলোমিটাৰ পূবে আৰু দ্বীপ ৰাষ্ট্ৰ মাদাগাস্কাৰৰ পৰা ৮০০ কিলোমিটাৰ পূবে অৱস্থিত এই দ্বীপটো।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |