নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান
From Wikipedia, the free encyclopedia
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Nagarhole National Park) কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ (মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহ'লে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহ'লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা। নাহৰফুটুকী, চিতা বাঘ আৰু লেপাৰ্ডৰ ঘন আবাদীৰ বাবে পিছলৈ উদ্যানখনক "ব্যাঘ প্ৰকল্প" হিচাবে ঘোষনা কৰা হৈছিল। বাঘৰ উপৰিও ইয়াত বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বনৰীয়া ম'হ, বিষাক্ত সাপ, নানা ধৰনৰ চৰাই, সোণালী বান্দৰ, ভালুক, ঘঁৰিয়াল ইত্যাদি পোৱা যায়। [1]
ক্ষিপ্ৰ তথ্য
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান | |
— ৰাষ্ট্ৰীয় উদ্যান(ব্যাঘ প্ৰকল্প) — | |
স্থানাঙ্ক | 12.01°N 76.11°E / 12.01; 76.11 |
দেশ | ভাৰত |
ৰাজ্য | কৰ্ণাটক |
জিলা | মহীশূৰ |
স্থাপিত | ১৯৮৩ |
নিকটৱৰ্তী চহৰ | মহীশূৰ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
জলবায়ু উষ্ণতা |
• ৩৭°ছে (৯৮.৬°ফা) |
দৰ্শনাৰ্থী | ২,২২৮ |
প্ৰশাসক | ভাৰত চৰকাৰ, কৰ্ণাটক চৰকাৰ |
বন্ধ কৰক