কিৰণ ৰাও
From Wikipedia, the free encyclopedia
কিৰণ ৰাও (ইংৰাজী: Kiran Rao; জন্ম: ৭ নৱেম্বৰ ১৯৭৩) হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু পৰিচালক। ৰাও ২০১৬ চনত মহাৰাষ্ট্ৰৰ খৰাং প্ৰতিৰোধ অভিযানৰ বাবে কাম কৰিবলৈ গঠন কৰা পানী ফাউণ্ডেশ্যন নামৰ অলাভজনক সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আছিল।
ক্ষিপ্ৰ তথ্য কিৰণ ৰাও, জন্ম ...
কিৰণ ৰাও | |
---|---|
লেকমি ফেশ্বন উইকত ৰাও, ২০১৭ | |
জন্ম | ০৭ নৱেম্বৰ, ১৯৭৩ (৫০ বছৰ)[1][2] বাংগালোৰ, কৰ্ণাটক, ভাৰত[3] |
শিক্ষানুষ্ঠান | ছফিয়া কলেজ ফৰ উইমেন জামিয়া মিলিয়া ইছলামিয়া |
পেচা | চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিট্যনাট্য লেখক |
সক্ৰিয় হৈ থকা সময় | ২০০৪-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | আমিৰ খান (বি. ২০০৫; divorce ২০২১) |
সন্তান | ১ |
বন্ধ কৰক
তেওঁ মুম্বাই একাডেমী অফ দ্য মুভিং ইমেজৰ ব'ৰ্ড সদস্য।[3]