বেংগালুৰু
ভাৰতৰ চহৰ / From Wikipedia, the free encyclopedia
বেংগালুৰু (পূৰ্বে বাংগালোৰ, ইংৰাজী: Bengaluru. ['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।
ক্ষিপ্ৰ তথ্য বেংগালুৰু ಬೆಂಗಳೂರು, বেঙ্গালুৰু (Bengaluru) ...
বেংগালুৰু ಬೆಂಗಳೂರು |
|
---|---|
— মহানগৰ — | |
বেঙ্গালুৰু (Bengaluru) | |
BangaloreMontage.pngঘড়ী কাঁটাৰ দিশত ক্ৰমে: ইউ বি চিটী, ইনফ'চিছ, লালবাগ, বিধান সভা, শিৱ মূৰ্তি, বাগমানে টেক পাৰ্ক। | |
অন্য নাম: ভাৰতৰ চিলিকন ভ্যেলী Garden City |
|
ভৌগোলিক স্থানাংক: 12°58′N 77°34′E | |
দেশ | ভাৰত |
ৰাজ্য | কৰ্ণাটক |
Region | Bayaluseemē |
জিলা | বাংগালোৰ আৰবান |
স্থাপন | ১৫৩৭ |
প্ৰতিষ্ঠাপক | Kempegowda I |
চৰকাৰ | |
- প্ৰকাৰ | Mayor–Council |
- পৰিষদ | BBMP |
- Mayor | Manjunath Reddy[1] |
- Commissioner | G Kumar Nayak[2] |
মাটিকালি[3] | |
- চহৰাঞ্চল | ৭০৯ কি.মি.২ (২৭৩.৭ বৰ্গ মাইল) |
উচ্চতা[4] | ৯২০ মিটাৰ (৩,০১৮.৩৭ ফুট) |
জনসংখ্যা (২০১১)[5] | |
- মহানগৰ | ৮৪,২৫,৯৭০ জন |
- স্থান | ৪thতম |
- মহানগৰ[6] | ৮৭,২৮,৯০৬ জন |
- মেট্ৰ ৰেংক | ৫th জন |
বিশেষণ | Bangalorean |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | 560 xxx |
অঞ্চল কোড | +91-(0)80 |
যানবাহনৰ নম্বৰ | KA-01, 02, 03, 04, 05, 41, 50, 51, 53, 57, 58, 59, 60, 61 |
চৰকাৰী ভাষা | কন্নড়[7] |
ৱেবছাইট | www |
বন্ধ কৰক