কামৰূপ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো কামৰূপ জিলাৰ বিষয়ে। মহানগৰ জিলাখনৰ বাবে কামৰূপ মহানগৰ জিলা চাওক।
কামৰূপ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল।[2] ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নৱগঠিত বাক্সা জিলাত অন্তৰ্ভুক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হয়।
ক্ষিপ্ৰ তথ্য কামৰূপ জিলা, দেশ ...
কামৰূপ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কামৰূপৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | আমিনগাঁও |
মহকুমা | কামৰূপ সদৰ, ৰঙিয়া |
চৰকাৰ | |
- লোকসভা সমষ্টি | গুৱাহাটী, মঙ্গলদৈ |
- বিধানসভা সমষ্টি | বকো (৪৮), ছয়গাঁও (৪৯), পলাশবাৰী (৫০), জালুকবাৰী (৫১) , হাজো (৫৫), কমলপুৰ (৫৬), ৰঙিয়া (৫৭) |
মাটিকালি | |
- মুঠ | ৩,১০৫ কি.মি.২ (১,১৯৮.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১৫,১৭,৫৪২ জন |
- জনঘনত্ব | ৪৮৮.৭ প্ৰতি বৰ্গ কি.মি. (১,২৬৫.৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৫.৫৫% |
- লিংগ অনুপাত | ৯৪৯ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°20′N 91°15′E |
গড় বাৰ্ষিক বৰ্ষাপাত | ১৫০০-২৬০০ মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক