ইউনিফাইড পেমেণ্টচ ইণ্টাৰফেচ
From Wikipedia, the free encyclopedia
ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইংৰাজী: Unified Payments Interface) চমুকৈ UPI হৈছে ধন প্ৰেৰণ বা প্ৰাপ্ত কৰাৰ বাবে এক বাস্তৱ-সময়ৰ আন্তঃবেংকিং পৰিশোধ প্ৰণালী।[1] ভাৰতৰ ৩২৪ টাতকৈও অধিক বেংক আৰু ১১টা পিপিআইয়ে এই সেৱা আগবঢ়ায়।[2]
ক্ষিপ্ৰ তথ্য গৰাকী, আত্মপ্ৰকাশ ...
গৰাকী | ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম |
---|---|
আত্মপ্ৰকাশ | ১১ এপ্ৰিল ২০১৬; ৮ বছৰ আগত (2016-04-11) |
বজাৰ |
|
ৱেবছাইট | www |
বন্ধ কৰক