অষ্ট্ৰিয়া
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।
অষ্ট্ৰিয়া গণৰাজ্য Republik Österreich (German)
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত
|
||||||
অষ্ট্ৰিয়াৰ অৱস্থান (ডাঠ সেউজীয়া) – ইউৰোপৰ মেপত (সেউজীয়া & ডাঠ ধূসৰ) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ভিয়েনা 48°12′N 16°21′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | জাৰ্মান [a] | |||||
জনগোষ্ঠীসমূহ (২০১২) |
|
|||||
জাতীয়তাসূচক বিশেষণ | অষ্ট্ৰিয়ান | |||||
মাটিকালি | ||||||
- | মুঠ | ৮৩,৮৭৯ বৰ্গ কিমি (115th) ৩২,৩৮৫.৮৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ১.৭ (১,৪২৬ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2015 আনুমানিক | ৮৬,০২,১১২'"`UNIQ--ref-০০০০০০০১-QINU`"' (৯৪th) | ||||
জিডিপি (পিপিপি) | 2015 আনুমানিক | |||||
- | মুঠ | $402.420 billion[2] | ||||
- | জনমুৰি | $47,031[2] | ||||
জিডিপি (নামমাত্ৰ) | 2015 আনুমানিক | |||||
- | মুঠ | $380.555 billion[2] | ||||
- | জনমুৰি | $44,475[2] | ||||
জিনি সহগ? (2011) | 26.3 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.881 (21st) | |||||
মুদ্ৰা | Euro (€)[b] (EUR ) |
|||||
সময় অঞ্চল | CET (ইউটিচি+01) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | CEST (ইউটিচি+02) | ||||
গাড়ী চলোৱা হয় | right | |||||
ইণ্টাৰনেট টিএলডি | .at[c] | |||||
কলিং ক'ড | ++43 |
অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।
অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।
জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.