মধ্য ইউৰোপৰ দেশ From Wikipedia, the free encyclopedia
ছুইজাৰলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ ৰাজধানী হৈছে বাৰ্ণ।
Swiss Confederation
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য (traditional) "Unus pro omnibus, omnes pro uno" (Latin) "One for all, all for one" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "Swiss Psalm" |
||||||
Swizerlandৰ অৱস্থান (green) Europeৰ মেপত (green & dark grey) |
||||||
ৰাজধানী | None (de jure) Bern (de facto)[টোকা- ১][1] 46°57′N 7°27′E | |||||
বৃহত্তম নগৰ | জুৰিক | |||||
চৰকাৰী ভাষা[2] |
জাৰ্মান; ফ্ৰান্স; ইটালিয়ান; ৰোমান | |||||
জাতীয়তাসূচক বিশেষণ | ছুইছ | |||||
চৰকাৰ | Federal multi-party directorial republic with thorough elements of direct democracy | |||||
- | Federal Council |
|
||||
- | Federal Chancellor | Corina Casanova | ||||
History | ||||||
- | Foundation date | c. 1300[টোকা- ২] celebrated on 1 August 1291 | ||||
- | Treaty of Basel (1499) | 22 September 1499 | ||||
- | Peace of Westphalia | ২৪ অক্টোবৰ ১৬৪৮ | ||||
- | Restauration | 7 August 1815 | ||||
- | Federal state | 12 September 1848[3] | ||||
মাটিকালি | ||||||
- | মুঠ | ৪১,২৮৫ বৰ্গ কিমি (135th) ১৫,৯৪০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৪.২ (১,৭৩৪ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | September 2014 আনুমানিক | ৮২,১১,৭০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (৯৬th) | ||||
- | ২০১৩ লোকপিয়ল | ৮১,৩৯,৬০০'"`UNIQ--ref-০০০০০০০৪-QINU`"' | ||||
জিডিপি (পিপিপি) | 2015 আনুমানিক | |||||
- | মুঠ | $480.938 billion[4] (39th) | ||||
- | জনমুৰি | $58,731[4] (9th) | ||||
জিডিপি (নামমাত্ৰ) | 2015 আনুমানিক | |||||
- | মুঠ | $688.434 billion[4] (19th) | ||||
- | জনমুৰি | $84,070[4] (2nd) | ||||
জিনি সহগ? (2011) | 29.7 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.917 (3rd) | |||||
মুদ্ৰা | Swiss franc (CHF ) |
|||||
সময় অঞ্চল | CET (ইউটিচি+1) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | CEST (ইউটিচি+2) | ||||
তাৰিখ বিন্যাস | dd.mm.yyyy (AD) | |||||
গাড়ী চলোৱা হয় | right | |||||
ISO 3166 code | CH | |||||
ইণ্টাৰনেট টিএলডি | .ch | |||||
ৱেবচাইট http://www.admin.ch |
||||||
কলিং ক'ড | ++41 | |||||
পেট্ৰ'ন চেইণ্ট | St Nicholas of Flüe |
ছুইজাৰলেণ্ড অতীজৰ পৰা সম্পূৰ্ণ স্বাধীন দেশ। ইয়াৰ পূৰ্বৰ নাম হেলভেটিয়া। ১২৯১ চনত ২৬খন অঞ্চল লগ লগাই ৰাজনৈতিক ভাৱে ছুইচ মিত্ৰজোঁট গঠন কৰা হয়। আৰু ১২৯১ চনৰ ১ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়।[5][6]
ছুইজাৰলেণ্ড ইউৰোপৰ মধ্য-পশ্চিম দিশৰ এখন দেশ। ইয়াৰ দক্ষিণে ইটালী, পশ্চিমে ফ্ৰান্স, উত্তৰে জাৰ্মানী আৰু পূবে অষ্ট্ৰিয়া। ছুইজাৰলেণ্ড ৪৫° আৰু ৪৮° উঃ অক্ষাংশ আৰু ৫° ৰ পৰা ১১° পূ: দ্ৰাঘিমাংশ ৰ মাজত অৱস্থিত।[7]
ছুইজাৰলেণ্ডৰ মাটিকালি ৪১২৮৫ বৰ্গ কিঃমিঃ। ই এল্পচ পৰ্বতৰ দ্বাৰা ভৌগোলিক ভাৱে দ্বিখণ্ডিত।[8]
২০১৩ চনৰ লোকপিয়ল মতে ৮১,৩৯,৬০০। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ১৯৮জন। জনসংখ্যাৰ অধিকাংশই খ্ৰীষ্টান।[9][10]
ছুইজাৰলেণ্ডৰ অৰ্থনীতি সুস্থিৰ আৰু সমৃদ্ধিশালী। মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ছুইজাৰলেণ্ডৰ স্থান পৃথিবীৰ ভিতৰতে নৱম। ছুইজাৰলেণ্ডৰ অৰ্থনীতিৰ মূল ক্ষেত্ৰ হৈছে ঔদ্যোগিক সামগ্ৰী নিৰ্মাণ আৰু ৰপ্তানি। ইয়াৰ পৰা ৰাসায়নিক পদাৰ্থ , দৰৱ, মাপ জোখা সঁজুলি, ঘড়ী, বাদ্যযন্ত্ৰ আদি ৰপ্তানি হয়। ভৌগোলিক ভাৱে আন বৃহৎ দেশৰ তুলনাত ক্ষুদ্ৰাকৃতিৰ হোৱা সত্ত্বেও ৰপ্তানিৰ ক্ষেত্ৰত ছুইজাৰলেণ্ডৰ স্থান বিশ নম্বৰত আছে। তদুপৰি সেৱাখণ্ড যেনে পৰ্যটন, বীমা, বেংকিং আদি ক্ষেত্ৰত দেশখন যথেষ্ট আগবঢ়া। ১৯৯০ চনৰ পৰা ছুইজাৰলেণ্ডত কঠোৰ বেংক গোপনীয়তা নীতি প্ৰৱৰ্তন কৰা হয়। ইয়াত নিবনুৱাৰ সংখ্যা খুব কম। ছুইজাৰলেণ্ডৰ মুদ্ৰা ছুইচ ফ্ৰাংক।[11][12]
ছুইজাৰলেণ্ডৰ চহৰ জেনেভা হৈছে ৰেডক্ৰ’ছৰ জন্মস্থান। তদুপৰি বিশ্ব স্বাস্থ্য সংস্থা, আঃন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আদিকে ধৰি বহু কেইটা সংগঠনৰ মুখ্য বা আঞ্চলিক কাৰ্য্যালয় অৱস্থিত।[13]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.