ৱিকিপিডিয়া:ভাল প্ৰবন্ধ
From Wikipedia, the free encyclopedia
অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ ![]() ভাল প্ৰবন্ধ (good article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে ভাল প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত। বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ ১৩,৫৩২ টা প্ৰবন্ধৰ মাজত ৪১ টা ভাল প্ৰবন্ধ আছে। ভাল প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ যোগ চিহ্ন ( |
নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:
|