ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অনুবাদ
From Wikipedia, the free encyclopedia
অনুবাদৰ কিছুমান কাম হাতত ল’বৰ বাবে এই প্ৰকল্প পৃষ্ঠাটো সৃষ্টি ক’ৰা হৈছে। ইচ্ছুকসকলে অনুবাদ তলৰ পৃষ্ঠাকেইখন অনুবাদ কৰি শেষ হোৱাৰ পাছত প্ৰধান নামস্থানত প্ৰবন্ধবোৰ সৃষ্টি কৰিব পাৰিব, স্থানান্তৰ কৰাতকৈ নতুনকৈ সৃষ্টি কৰাটোহে ভাল যেন পাইছো, এই পক্ৰিয়াৰে কৰিলে প্ৰবন্ধটো অনুবাদকৰ্তাজনৰে ইতিহাসত নামটো থাকিব আৰু অন্য ভাষাৰ পৰা অনুবাদ কৰা হৈছে বুলি ইতিহাস চালেও ধৰিব নোৱাৰিব। উদাহৰণ স্বৰূপে ৱিকিপিডিয়া:অনুবাদ/তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল প্ৰবন্ধটো অনুবাদ শেষ হোৱাৰ পাছত তড়িৎ আৰু ইলেকট্ৰনিক প্ৰকৌশল নামে পৃষ্ঠাত তথ্যখিনি প্ৰতিলিপি কৰি দিলেই হ’ব। প্ৰবন্ধসমূহ অনুবাদ কৰাৰ পাছত {{শেহতীয়া অনুবাদ}} সাঁচ ব্যৱহাৰ কৰিব, যাতে এই জাননী পঢ়ি কোনো আন সদস্যই অনুবাদ কাৰ্যত ৰৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰিব পাৰে।
![](http://upload.wikimedia.org/wikipedia/commons/9/95/Qxz-ad104.gif)
অনুবাদ বিভাগ |
|
অনান্য প্ৰকল্পসমূহ |