ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
ৰাশী খান্না (ইংৰাজী: Raashi Khanna; জন্ম ৩০ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলত তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ হিন্দী চলচ্চিত্ৰ 'মাদ্ৰাজ কেফ' (২০১৩) ৰ যোগেদি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ একেদৰে তেলুগু চলচ্চিত্ৰ 'অহালু গুচাগুচালাদে' (২০১৪), তামিল চলচ্চিত্ৰ 'ইমাইক্কা নদিগাল' (২০১৮) আৰু মালায়লম ভাষাৰ 'ভিলেন' (২০১৭) ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।[2][3]
ৰাশী খান্না | |
---|---|
জন্ম | ৩০ নৱেম্বৰ, ১৯৯০ (৩৩ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | বি.এ. ইংৰাজী (Hons.) |
শিক্ষানুষ্ঠান | এছ্টি. মাৰ্কচ্ চিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন |
পেচা | Page সাঁচ:Hlist/styles.css has no content.
|
সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
উচ্চতা | ১.৬৫ মিটাৰ (U=ft}})[1] |
তেওঁ 'বেঙ্গল টাইগাৰ' (২০১৫), 'চুপ্ৰীম' (২০১৬), 'জয় লব কুশ' (২০১৭), 'থোলি প্ৰেমা' (২০১৮), 'ইমাইক্কা নদিগাল' (২০১৮), 'ভেংকী মামা' (২০১৯), 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) ৰ দৰে বহুতো বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰত আছিল আৰু তেওঁ নিজকে তামিল আৰু তেলুগু চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাপে প্ৰতিস্থিত কৰিছে।
চলচ্চিত্ৰ 'জোড়ু' (২০১৪) ৰ যোগেদি গায়ক হিচাবে আত্মপ্ৰকাশ কৰা খান্নাই লগতে চলচ্চিত্ৰ 'ভিলেন' (২০১৭), 'বালাকৃষ্ণুডু' (২০১৭), 'জাৱান' (১০১৭) আৰু 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) আদিতো গীত গাইছে।
১৯৯০ চনৰ ৩০ নভেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা খান্নাই দিল্লীৰ 'এছ্টি. মাৰ্কচ্ চিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল'ত আৰু 'লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন'ৰ পৰা ইংৰাজীত অনাৰচ্লৈ বিএ স্নাতক সম্পূৰ্ণ কৰে।
তেওঁৰ মতে, তেওঁ আছিল একাডেমিক টোপাৰ যিয়ে স্কুল আৰু কলেজৰ সময়ত খুব পঢ়া শুনা কৰিছিল। খান্না সৰু থাকোঁতে গায়িকা হ’ব বিচাৰিছিল আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁ পঢ়াশুনা আগ্ৰহী হয় আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন দেখে। খান্নাৰ মডেল বা অভিনেত্ৰী হোৱাৰ ইচ্ছা নাছিল যদিও তেওঁ নিয়তিৰ ফলত অভিনেত্ৰী হোৱা বুলি নিজকে দাবী কৰে। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আগতে খান্নাই বিভিন্ন বিজ্ঞাপনৰ অনুলিপি লেখিকা আছিল।[4]
এতিয়াও মুক্তি লাভ কৰা নাই |
Year | Title | Role(s) | Language(s) | Notes | Ref. |
---|---|---|---|---|---|
2013 | Madras Cafe | Ruby Singh | Hindi | Hindi Debut | |
2014 | Manam | Prema | Telugu | Cameo appearance | |
Oohalu Gusagusalade | Sri Sai Sirisha Prabhavati | Telugu Debut SIIMA Award for Best Debut Actress – Telugu |
|||
Joru | Annapoorna | ||||
2015 | Jil | Savithri | |||
Shivam | Tanu | ||||
Bengal Tiger | Shraddha | ||||
2016 | Supreme | Bellam Sridevi | |||
Hyper | Bhanumathi | ||||
2017 | Jai Lava Kusa | Priya | |||
Raja the Great | ——— | Special Appearance | |||
Villain | Harshita Chopra | Malayalam | Malayalam Debut | ||
Oxygen | Shruti | Telugu | |||
2018 | Touch Chesi Chudu | Pushpa | |||
Tholi Prema | Varsha | Zee Cine Awards Entertainer of the year | |||
Srinivasa Kalyanam | Rudraraju Sridevi a.k.a. Sri | ||||
Imaikkaa Nodigal | Krithika Rao | Tamil | Tamil Debut | ||
Adanga Maru | Anita | ||||
2019 | Ayogya | Sindhu | Remake of 2015 Telugu film Temper | ||
Sangathamizhan | Kamalini | ||||
Venky Mama | Harika | Telugu | |||
Prati Roju Pandage | "Angel" Aarna | ||||
2020 | World Famous Lover | Yamini | |||
Aranmanai 3 | ঘোষণা হ’ব | Tamil | Filming | ||
Aruvaa | ঘোষণা হ’ব | Pre-production | [5] | ||
ঘোষণা হ’ব | Shaitan Ka Bachcha | ঘোষণা হ’ব | Delayed | ||
Year | Film | Song | Music Drector | Language | Notes |
---|---|---|---|---|---|
2014 | Joru | "Joru" | Bheems Ceciroleo | Telugu | Theme song |
2017 | Villain | "Villain Theme" | 4 Musics | Malayalam | |
Balakrishnudu | "Raashi Thariraa" | Mani Sharma | Telugu | ||
Jawaan | "Bangaru" | S. Thaman | |||
2019 | Oorantha Anukuntunnaru | "Kanna" | K.M.Radhakrishnan | Reprise Version | |
Prati Roju Pandage | "You Are My High" | S. Thaman | |||
Year | Award | Category | Film | Result | Ref. |
---|---|---|---|---|---|
2014 | Producers Guild Film Awards | Best Debut Actress | Madras Cafe | মনোনীত | [6] |
Best Actress in a Supporting Role | মনোনীত | [6] | |||
2015 | SIIMA Awards | Best Debut Actress | Oohalu Gusagusalade | বিজয়ী | [7] |
2015 | Cinemaa awards | Best Female Debut | বিজয়ী | ||
2016 | Apsara Awards | Most Glamorous Diva of the Year | ——— | বিজয়ী | [8] |
2017 | TSR TV9 National film awards | Best Actress | Jai Lava Kusa | বিজয়ী | [9] |
2018 | Techofes Awards | Best Debut Actress | Imaikkaa Nodigal | বিজয়ী | [10] |
2019 | Mahila Ratna Awards | Jury's Choice Award for Best Actress | Tholi Prema | বিজয়ী | [11] |
2019 | Zee Cine Awards Telugu | Entertainer of the Year | বিজয়ী | [12] | |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.