ৰতন টাটা
From Wikipedia, the free encyclopedia
ৰতন নৱাল টাটা, (ইংৰাজী: Ratan Naval Tata; জন্ম: ২৮ ডিচেম্বৰ ১৯৩৭) হৈছে ভাৰতৰ এজন উল্লেখযোগ্য ব্যৱসায়ী। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল।[2] ৰতন টাটা দেশৰ ভিতৰতে ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালৰ সদস্য।
ক্ষিপ্ৰ তথ্য ৰতন টাটা, জন্ম ...
ৰতন টাটা | |
---|---|
জন্ম | ২৮ ডিচেম্বৰ, ১৯৩৭ (৮৬ বছৰ) বম্বে, বম্বে প্ৰেছিডেন্সী, ব্ৰিটিছ ইণ্ডিয়া |
বাসগৃহ | কলাবা, মুম্বাই, ভাৰত[1] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | ফাৰ্ছী |
শিক্ষানুষ্ঠান | কৰ্ণেল বিশ্ববিদ্যালয় (Cornell University) হাৱাৰ্ড বিশ্ববিদ্যালয় (Harvard University) |
পেচা | টাটা গ্ৰুপৰ চেয়াৰমেন |
সক্ৰিয় হৈ থকা সময় | ১৯৬২-বৰ্তমানলৈকে |
ধৰ্ম | Zoroastrian |
দাম্পত্যসঙ্গী | অবিবাহিত |
বঁটা, সন্মান, পুৰস্কাৰ আদি | Lifetime Achievement Award (২০১২) পদ্মভূষণ (২০০০) পদ্মবিভূষণ (২০০৮) KBE (২০০৯) |
বন্ধ কৰক
বিভিন্ন দেশ-বিদেশৰপৰা ৰতন টাটাই বিভিন্ন পুৰস্কাৰ, সন্মান, খ্যাতি আৰু স্বীকৃতি লাভ কৰিছে। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত কৰিছে।[3]