ৰজনীপ্ৰভা শইকীয়া
From Wikipedia, the free encyclopedia
ৰজনীপ্ৰভা শইকীয়া ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় 'কলিকতা চিকিৎসা মহাবিদ্যালয়'ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাকী আছিল তিলোত্তমা ৰায়চৌধুৰী।[1][2][3]
ক্ষিপ্ৰ তথ্য ৰজনীপ্ৰভা শইকীয়া, জন্ম ...
ৰজনীপ্ৰভা শইকীয়া | |
---|---|
জন্ম | ৰামেশ্বৰী দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা |
মৃত্যু | দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা |
পেচা | চিকিৎসক |
ভাষা | অসমীয়া ভাষা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | চিকিৎসা বিজ্ঞানৰ স্নাতক |
মাতৃশিক্ষায়তন | কলিকতা চিকিৎসা মহাবিদ্যালয় |
আত্মীয়-স্বজন | চন্দ্ৰপ্ৰভা শইকীয়ানী (বায়েক) |
পিতৃ-মাতৃ | ৰাতিৰাম মজুমদাৰ (পিতৃ) গংগাপ্ৰিয়া (মাতৃ) |
বন্ধ কৰক