হিৰণ্য ডেকা
আসমীয়া অভিনয় শিল্পী / From Wikipedia, the free encyclopedia
হিৰণ্য ডেকা (ইংৰাজী: Hiranya Deka) অসমৰ এগৰাকী অভিনয় শিল্পী।[1] ১৯৮১ চনত 'অপৰূপা' নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। [2]তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে 'ইমান মৰম কিয় লাগে', 'কন্যাদান', 'বিধাতা', 'মিঠা মিঠা লগনত', 'কাদম্বৰী', 'ৰত্নাকৰ' আদি।[3] ইয়াৰ উপৰি তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য হিৰণ্য ডেকা, জন্ম ...
বন্ধ কৰক