![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a0/Gandhi-Home-Rule-First-Edition-1909.jpg/640px-Gandhi-Home-Rule-First-Edition-1909.jpg&w=640&q=50)
হিন্দ স্বৰাজ
From Wikipedia, the free encyclopedia
হিন্দ স্বৰাজ মহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।[1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a0/Gandhi-Home-Rule-First-Edition-1909.jpg/320px-Gandhi-Home-Rule-First-Edition-1909.jpg)
হিন্দ স্বৰাজ মহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।[1]