হাজং ভাষা
ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
হাজং ভাষা এটা ভাৰত-আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগত আৰু বাংলাদেশৰ ময়মনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়। যদিও হাজং পূৰ্বতে তিব্বত-বৰ্মী পৰিয়ালৰ আছিল, ই ভাষিকভাৱে অসমীয়া আৰু বাংলাৰ সৈতে সান-মিহলি হ'ল।[2]
ক্ষিপ্ৰ তথ্য হাজং, থলুৱা অঞ্চল ...
হাজং | |
---|---|
হাজং | |
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ |
অঞ্চল | অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগ |
স্থানীয় ভাষিক |
70,000 (2001)e17 |
ভাষা পৰিয়াল |
ভাৰতীয়-ইউৰোপীয়
|
লিখন প্ৰণালী | অসমীয়া লিপি, লেটিন লিপি |
ভাষা সংকেত | |
ISO 639-3 | haj |
গ্লোটোলগ | hajo1238 [1] |
বন্ধ কৰক