![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/55/Wat_Phra_Kaeo_mural_2008-09-06_%2528001%2529.jpg/640px-Wat_Phra_Kaeo_mural_2008-09-06_%2528001%2529.jpg&w=640&q=50)
সুৰসা
হিন্দু দেৱী,সাপৰ মাতৃ হিচাপে বর্ণিত / From Wikipedia, the free encyclopedia
সুৰসা' (সংস্কৃত: सुरसा ) বা সিৰস এগৰাকী হিন্দু দেৱী। তেওঁক নাগমাতা অৰ্থাৎ সৰ্প বা নাগসকলৰ মাতৃ বুলি বৰ্ণনা কৰা হয়।[1] হিন্দু মহাকাব্য ৰামায়ণতেই সুৰসাৰ সবাতোকৈ জনপ্ৰিয় আখ্যানৰ বিৱৰণ পোৱা যায়। এই আখ্যান অনুসৰি দেৱতাসকলে তেওঁক সীতাৰ সন্ধানত লংকা অভিমুখী হনুমানৰ বল আৰু বুদ্ধিৰ পৰীক্ষা লোৱাৰ দায়িত্ব অৰ্পণ কৰে।