![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b8/GSLV-F08_Liftoff_4.jpg/640px-GSLV-F08_Liftoff_4.jpg&w=640&q=50)
সতীশ ধৱন মহাকাশ কেন্দ্ৰ
ৰকেট উৎক্ষেপণ কেন্দ্ৰ / From Wikipedia, the free encyclopedia
সতীশ ধৱন মহাকাশ কেন্দ্ৰ (ইংৰাজী: Satish Dhawan Space Centre, সংক্ষেপে SDSC) বা শ্ৰীহৰিকোটা ৰেঞ্জ (ইংৰাজী: Sriharikota Range, সংক্ষেপে SHAR)[1] ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা পৰিচালিত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই কেন্দ্ৰটো অৱস্থিত। ২০০২ বৰ্ষত শ্ৰীহৰিকোটা ৰেঞ্জ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভূতপূৰ্ব অধ্যক্ষ সতীশ ধৱনৰ নামেৰে পুনৰ্নামকৰণ কৰা হয়। বৰ্তমান সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ সঞ্চালক আৰুমুগম ৰাজাৰাজন।
ক্ষিপ্ৰ তথ্য সংস্থাৰ ৰূপৰেখা, গঠন ...
![]() | |
![]() | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ১ অক্টোবৰ ১৯৭১ (1971-10-01) (৫২ বছৰ পূৰ্বে) |
ক্ষেত্ৰাধিকাৰ | ভাৰত চৰকাৰ |
মুখ্য কাৰ্যালয় | ![]() 13°43′12″N 80°13′49″E |
সংস্থাৰ কাৰ্যবাহী | এ. ৰাজাৰাজন, সঞ্চালক |
পিতৃ সংস্থা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক