শ্লীপিং বিউটী
From Wikipedia, the free encyclopedia
স্লীপিং বিউটী (ইংৰাজী: Sleeping Beauty) হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হ'ল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ Histoires ou contes dutempspasséত ইয়াৰ প্ৰথম প্ৰকাশ হয়[1]। ১৯৫৯ ইয়াৰ পৰা এখন ৱাল্ট ডিজনী এনিমেটেড চলচ্চিত্ৰ বনোৱা হয়।
ৱিকিপিডিয়াৰ মানদণ্ড অনুসৰি, এই প্ৰবন্ধটোৰ তথ্যপেৰাটো সম্ভৱত পৰিস্কাৰ কৰাৰ প্ৰয়োজন আছে। আপুনিও ইচ্ছা কৰিলে তথ্যপেৰাৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ বাবে সহায়িকাখন এবাৰ চকু ফুৰাব। |