ৰোহিত ধৱনৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ চলচ্চিত্র From Wikipedia, the free encyclopedia
শ্বেহজাদা (অনুবাদ: ৰাজকুমাৰ) হৈছে ২০২৩ চনত ৰোহিত ধাৱনৰ পৰিচালনাত আৰু টি-ছিৰিজ ফিল্মছ, হাৰিকা এণ্ড হাছিন ক্ৰিয়েচনছ, গীতা আৰ্টছ আৰু ব্ৰেট ফিল্মছৰ সহ-প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন চলচ্চিত্ৰ। ই হৈছে ২০২০ চনৰ তেলেগু ছবি আলা বৈকুণ্ঠপুৰমুলুৰ পুনৰ্নিৰ্মাণ। ইয়াত অভিনয় কৰিছে কৃতি ছানন, পৰেশ ৰাৱাল, মনীষা কইৰালা, ৰাজপাল যাদৱ, ৰনিত ৰয় আৰু শচীন খেদেকাৰৰ সৈতে ছবিখনৰ সহ-প্ৰযোজক কাৰ্তিক আৰয়নে।
This article is an orphan, as few or no other articles link to it. Please introduce links to this page from related articles; suggestions may be available. |
শ্বেহজাদা | |
---|---|
পৰিচালক | ৰোহিত ধৱন |
চিত্ৰনাট্য | ৰোহিত ধৱন |
কাহিনী | ত্ৰিবিক্ৰম শ্ৰীনিবাস |
ভিত্তি | আলা বৈকুণ্ঠপুৰমুলু লেখক: ত্ৰিবিক্ৰম শ্ৰীনিবাস |
প্ৰযোজক |
|
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | সুদীপ চেটাৰ্জী সঞ্জয় এফ গুপ্তা |
সম্পাদনা | ৰিতেশ ছোনী |
সংগীত পৰিচালক | প্ৰীতম |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | এ এ ফিল্মছ |
মুক্তি |
১৭ ফেব্ৰুৱাৰী ২০২৩ |
দৈৰ্ঘ্য |
১৪৫ মিনিট[1] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹৬৫ কোটি[2] |
সৰ্বমুঠ আয় | est. ₹৪৭.৪৩ কোটি[3] |
২০২১ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰিন্সিপাল ফটোগ্ৰাফী ২০২৩ চনৰ জানুৱাৰী মাহত শেষ হয়। মুম্বাই, দিল্লী আৰু মৰিচাছত ব্যাপকভাৱে শ্বুটিং কৰা হয়। ছবিখনৰ স্কোৰ আৰু চাউণ্ডট্ৰেক এলবাম ৰচনা কৰিছে প্ৰীতমে। প্ৰথমতে ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত থিয়েটাৰত মুক্তি পোৱাৰ কথা আছিল, যদিও শ্বেহজাদাক এসপ্তাহৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুক্তি দিয়া হয়। সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰা ছবিখনে ব্যৱসায়িকভাৱেও বিফলতা লাভ কৰিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.