অসমৰ শিক্ষানুষ্ঠান From Wikipedia, the free encyclopedia
শ্বহীদ স্মৃতি মহাবিদ্যালয় (ইংৰাজী: Swahid Smriti Mahavidyalaya) হৈছে ১৯৮৭ চনত স্থাপিত অসমৰ নলবাৰী জিলাৰ বেলশৰত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।
This article has multiple issues. Please help improve it or discuss these issues on the talk page. | ||||
---|---|---|---|---|
|
শ্বহীদ স্মৃতি মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৮৭ |
ধৰণ | ৰাজহুৱা |
স্থান | বেলশৰ, নলবাৰী জিলা, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.