শিৱনাথ বৰ্মন
অসমীয়া শিক্ষাবিদ / From Wikipedia, the free encyclopedia
শিৱনাথ বৰ্মন (ইংৰাজী: Sivanath Barman) একাধাৰে এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক।[1] তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। [2] ২০২২ বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়। [3]২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।[4]
ক্ষিপ্ৰ তথ্য শিৱনাথ বৰ্মন, জন্ম ...
শিৱনাথ বৰ্মন | |
---|---|
জন্ম | ১৯৪২ যোৰহাট জিলা |
মৃত্যু | ১৫ ডিচেম্বৰ, ২০২২ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কটন মহাবিদ্যালয় |
পেচা | সাহিত্যিক, শিক্ষক, সম্পাদক, গৱেষক |
ধৰ্ম | হিন্দু ধৰ্ম |
বন্ধ কৰক