শিল্পৰমম
From Wikipedia, the free encyclopedia
শিল্পৰমম ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও।
ক্ষিপ্ৰ তথ্য শিল্পৰমম, সাধাৰণ তথ্য ...
শিল্পৰমম | |
---|---|
সাধাৰণ তথ্য | |
প্ৰকাৰ | কলা-কৃষ্টি গাঁও |
স্থাপত্য শৈলী | থলুৱা |
অৱস্থিতি | মাধপুৰ, হায়দৰাবাদ, তেলেংগানা, ভাৰত |
সম্পূৰ্ণ | ১৯৯৮ |
মুকলি | ২১ জুন ১৯৯৮ |
Website | |
shilparamam |
বন্ধ কৰক
পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।
১৯৯২ চনতে কল্পিত শিল্পৰমম হায়দৰাবাদ চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত অৱস্থিত। ভাৰতৰ প্ৰযুক্তিৰ চহৰত ৬৫ একৰ (২৬০,০০০ মিটাৰ বৰ্গফুট) মাটিত বিস্তৃত শিল্পৰমমে পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক দৃশ্যমান পৰিৱেশ প্ৰদান কৰে। ভাৰতীয় কলা-কৃষ্টিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে তথা শিপিনীসকলক প্ৰেৰণা যোগাবৰ বাবে ৰাজ্য চৰকাৰে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।