লোহিত জিলা
From Wikipedia, the free encyclopedia
লোহিত জিলা (Pron: /ˈləʊhɪt/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাৰ সদৰঠাই তেজু। ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলা আৰু চাংলাং জিলাৰ পিচতে অৰুণাচল প্ৰদেশ ৰাজ্যৰ আটাইতকৈ জনবহুল জিলা।[1]
ক্ষিপ্ৰ তথ্য লোহিত জিলা, দেশ ...
লোহিত জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত লোহিতৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | তেজু |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ১টা (তেজু) |
মাটিকালি | |
- মুঠ | ৫,২১২ কি.মি.২ (২,০১২.৪ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১,৪৫,৫৩৮ জন |
- জনঘনত্ব | ২৭.৯ প্ৰতি বৰ্গ কি.মি. (৭২.৩ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৯.৮৮%[1] |
- লিংগ অনুপাত | ৯০১[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28°00′N 96°30′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক