লাওখোৱা অভয়াৰণ্য
From Wikipedia, the free encyclopedia
লাওখোৱা অভয়াৰণ্য (ইংৰাজী: Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
ক্ষিপ্ৰ তথ্য লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary), অৱস্থান ...
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | Nagaon |
স্থানাংক | 26°30′24″N 92°42′38″E |
মাটিকালি | 70.13 sq. km[1] |
প্ৰতিস্থা | 1972[1] |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক