য়শ ৰাজ ফিল্মছ
১৯৭০ চনত প্ৰতিষ্ঠা কৰা ভাৰতীয় চলচ্চিত্ৰ ষ্টুডিঅ' / From Wikipedia, the free encyclopedia
য়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ[1] দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাইও এই বেনাৰৰ অধীনত বোলছবি প্ৰযোজনা কৰে।[2][3][4]
ক্ষিপ্ৰ তথ্য ধৰণ, উদ্যোগ ...
ধৰণ | ব্যক্তিগত |
---|---|
উদ্যোগ | মনোৰঞ্জন |
স্থাপিত | মুম্বাই, মহাৰাষ্ট্ৰ, ১৯৭০ চন |
প্ৰতিষ্ঠাতা | য়শ চোপ্ৰা |
মুখ্য কাৰ্যালয় | মুম্বাই, ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব | আদিত্য চোপ্ৰা (চেয়াৰমেন), পামেলা চোপ্ৰা, উদয় চোপ্ৰা |
পণ্য | বোলছবি সংগীত |
স্বত্বাধিকাৰী | আদিত্য চোপ্ৰা |
সহযোগী প্ৰতিষ্ঠান |
|
ৱেবছাইট | www |
বন্ধ কৰক