![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/dc/Mary_Kom_-_British_High_Commission%252C_Delhi%252C_27_July_2011.jpg/640px-Mary_Kom_-_British_High_Commission%252C_Delhi%252C_27_July_2011.jpg&w=640&q=50)
মেৰী কম
ভাৰতীয় মুষ্টিযোদ্ধা / From Wikipedia, the free encyclopedia
মেৰী কম (ইংৰাজী: Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।[1] তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত (World Amateur Boxing Championship) শ্ৰেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্টিযোদ্ধা প্ৰতিযোগিতাৰ প্ৰত্যেকখনতে পদকজয়ী একমাত্ৰ মহিলা মুষ্টিযোদ্ধা।[2] তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্ৰাম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা মুষ্টিযোদ্ধা। AIBA-ৰ ৰেংকিঙত সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ।[3] ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ মহিলা মুষ্টিযুদ্ধৰ ৫১ কিলোগ্ৰাম শ্ৰেণীত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।[4] ২০২০ চনত মেৰী কমক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।[5][6]
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এম চি মেৰী কম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০১১ চনত ভাৰতস্থ ব্ৰিটিছ হাই কমিশ্যনত ভাষণ দিয়া অৱস্থাত মেৰী কম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পৰিসংখ্যা | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন পৰ্যায় | ৫১ কিলোগ্ৰাম | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৫৮ মিটাৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জাতীয়তা | ![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৪ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্মস্থান | কান্গাথাই, মণিপুৰ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|