মিনিমি
ভাৰতীয় ৰেপাৰ / From Wikipedia, the free encyclopedia
নীলোৎপল লহকৰ (ইংৰাজী: Neelotpal Lahkar; পেছাগতভাৱে মিনিমি বা মিনিমি এন.এল. নামেৰে পৰিচিত) হৈছে ভাৰতৰ এজন ভাৰতীয় ৰেপাৰ, গায়ক তথা অভিনেতা। ১৯৯৫ চনৰ ১১ জুন তাৰিখে তেওঁ নলবাৰীত জন্মগ্ৰহণ কৰিছিল।[1][2][3][4]
ক্ষিপ্ৰ তথ্য মিনিমি Minimi, প্ৰাথমিক তথ্য ...
মিনিমি Minimi | |
---|---|
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | নীলোৎপল লহকৰ |
জন্ম | ১১ জুন, ১৯৯৫ (২৯ বছৰ) নলবাৰী, অসম |
পেচা | ৰেপাৰ, গায়ক, অভিনেতা |
কাৰ্যকাল | ২০১৫ – বৰ্তমানলৈকে |
বন্ধ কৰক