মাগুৰ মাছ
From Wikipedia, the free encyclopedia
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Clarias|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
মাগুৰ মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Clarias |
প্ৰজাতি: | C. batrachus |
দ্বৈৰাশিক নামকৰণ | |
Clarias batrachus (Carl Linnaeus, 1758) | |
সমাৰ্থক | |
|
মাগুৰ মাছ (ইংৰাজী: Walking catfish, বৈজ্ঞানিক নাম: Clarias batrachus) দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা সতেজ পানীৰ মাছ। শুকান ভূমিৰ ওপৰেৰে গমন আৰু লৰচৰ কৰাৰ ক্ষমতাৰ জৰিয়তে খাদ্য বা উপযুক্ত পৰিৱেশ বিচাৰি উলিওৱাৰ বাবে ইংৰাজীত ইয়াক Walking catfish বুলি কোৱা হয়। ই প্ৰায়বোৰ দ্বিপদ বা চতুষ্পদী প্ৰাণীৰ দৰে প্ৰকৃততে খোজ কাঢ়িব নোৱাৰে যদিও ইয়াৰ ফান ব্যৱহাৰ কৰি ভূমি অতিক্ৰম কৰিবলৈ সাপৰ দৰে গতিৰে চলাচল কৰে।[2] এই মাছে সাধাৰণতে পুখুৰী, জলাশয়, বা ধীৰ গতিৰ নদীত আৰু প্ৰায়ে স্থবিৰ পানীত বাস কৰে। ইয়াৰ লগতে ই বানপানীত ডুব যোৱা ধাননি পথাৰ বা শুকাই যাব পৰা অস্থায়ী পুখুৰীতো বাস কৰে। এনে অৱস্থাত মাছবোৰে অন্য জলজ পৰিৱেশলৈ যাব পাৰে। এই প্ৰজাতিটোক বৰ্গবিন্যাসৰ ক্ষেত্ৰত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু ইয়াক অন্যান্য ঘনিষ্ঠ আত্মীয়ৰ সৈতে সঘনাই একে বুলি ভুল কৰা হৈছে।[3][4]