মাইলছ ব্ৰনছন
আমেৰিকান বেপ্তিষ্ট মিছনেৰী / From Wikipedia, the free encyclopedia
মাইলছ ব্ৰনছন এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভুত কাম কৰি গৈছে।[1] তেখেতৰ কাৰ্যৰ ভিতৰত তেখেতে প্ৰণীত কৰা অসমীয়া অভিধানখন মুখ্য। ১৮৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ৰনছনে তাৰ এবছৰ আগতেই অহা নাথান ব্ৰাউন আৰু অ' টি কাট্টাৰৰ প্ৰমুখ সহযোগী আছিল।
ক্ষিপ্ৰ তথ্য মাইলছ ব্ৰনছন, জন্ম ...
মাইলছ ব্ৰনছন | |
---|---|
জন্ম | ২০ জুলাই, ১৮১২ নৰৱে চহৰ, নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৯ নৱেম্বৰ, ১৮৮৩ ইটন ৰেপিডচ, মিচিগান |
ধৰ্ম | বেপ্তিষ্ট |
Denomination | আমেৰিকান বেপ্তিষ্ট |
বন্ধ কৰক