মহাবীৰ জয়ন্তী
জৈন ধৰ্মৰ ২৪ তম আৰু অন্তিম তীৰ্থংকৰ মহাবীৰৰ জন্ম উদযাপন কৰা দিৱস / From Wikipedia, the free encyclopedia
মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।[1]
ক্ষিপ্ৰ তথ্য মহাবীৰ জয়ন্তী মহাবীৰ জন্ম কল্যানক, পালন কৰে ...
মহাবীৰ জয়ন্তী মহাবীৰ জন্ম কল্যানক | |
---|---|
তামিলনাডুৰ মাদুৰাইত ভগৱান মহাবীৰৰ মূৰ্তি | |
পালন কৰে | জৈন ধৰ্মৰ অনুগামী সকল |
প্ৰকাৰ | ধৰ্মীয়, ৰাষ্ট্ৰীয় ছুটিৰ দিন |
মহত্ব | ভগৱান মহাবীৰৰ জন্ম জয়ন্তী |
তাৰিখ | চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথি (বীৰ নিৰ্বাণ সংবৎ) |
উদযাপন | জৈন মন্দিৰ আৰু ৰাজহুৱা অনুষ্ঠানত উদযাপন |
আচাৰ | প্ৰাৰ্থনা, ধৰ্মীয় অনুষ্ঠান |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক