মমতাজ মহল
aমোগল ৰাণী / From Wikipedia, the free encyclopedia
মমতাজ মহল (ফাৰ্চী: ممتاز محل; ; ইংৰাজী: Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১)[6] ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শাহ জাহানৰ বেগম আছিল।[7] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।[8][9]
ক্ষিপ্ৰ তথ্য মমতাজ মহল, ৰাজত্ব ...
মমতাজ মহল | |
---|---|
মমতাজ মহলৰ এখন প্ৰতিকৃতি | |
ৰাজত্ব | ১৯ জানুৱাৰী ১৬২৮-১৭ জুন ১৬৩১ |
পূৰ্বসূৰী | নুৰ জাহান |
উত্তৰসূৰী | জাহানাৰা বেগম |
দাম্পত্য সঙ্গী | শাহ জাহান (বি. ১৬১২) |
সন্তান | |
| |
বাসগৃহ | টাইমূৰ সাম্ৰাজ্য |
মাতৃ | দিৱানজী বেগম |
পিতৃ | আবুল হাচান আচফ খান |
ধৰ্ম | শ্বিয়া মুছলমান[1][2][3][4][5] |
বন্ধ কৰক