মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।[1]
ক্ষিপ্ৰ তথ্য মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, স্থাপিত ...
মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় | |
---|---|
Manohari Devi Kanoi Girls' College | |
স্থাপিত | ১৯৬৩ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ডঃ দিলীপ কুমাৰ ভূঞা |
শৈক্ষিক কৰ্মচাৰী | ১৭ |
শিক্ষাৰ্থী | ১৮০০ |
স্থান | কদমনি, ডিব্ৰুগড়
, অসম, ভাৰত ![]() |
চৌহদ | চহৰীয়া |
উপনাম | MDK Girls' College |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | www.mdkgcollege.edu.in |
বন্ধ কৰক