From Wikipedia, the free encyclopedia
ভূমি চম্পা (বৈজ্ঞানিক নাম: Kaempferia rotunda) আদা পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। ই চীন (গুৱাংডং, গুৱাংজি, হাইয়ান, টাইৱান, য়ুন্নান), ভাৰত (অসম), নেপাল, বাংলাদেশৰ থলুৱা উদ্ভিদ আৰু সমগ্ৰ বিশ্বতে ইয়াক পোৱা যায়। বৰ্তমাৱ জাভা, মালয়েছিয়া আৰু কোষ্টাৰিকাতো ইয়াক প্ৰাকৃতিকভাবে ৰোৱা যায়।[1][2][3]
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ভূমি চম্পা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
গণ: | Kaempferia |
প্ৰজাতি: | rotunda |
সমাৰ্থক[1] | |
|
ভূমি চম্পাৰ বিভিন্ন নামবোৰ হৈছে:
ইয়াৰোপৰি এই উদ্ভিদজোপাক ইণ্ডিয়ান ক্ৰ’কাছ (Indian crocus), ময়ুৰ আদা (peacock ginger), আৰু ৰাউণ্ড−ৰুটেড গালাংগেল (round-rooted galangale) বুলিও কয়।[4]
মছলাজাতীয় এই উদ্ভিদজোপা আয়ুৰ্বেদত ঐষধ হিচাপে ব্যৱহাৰ কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.