ভাৰতীয় অলিম্পিক সংঘ
From Wikipedia, the free encyclopedia
ভাৰতীয় অলিম্পিক সংঘ (ইংৰাজী: Indian Olympic Association) হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক গেমছ, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে। এই সংঘই কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ক্ৰীড়াবিদ নিৰ্বাচন কৰা ভাৰতীয় কমনৱেলথ গেমছৰ সংস্থা হিচাপেও কাৰ্য কৰে।[1]
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰ/অঞ্চল, ক'ড ...
ৰাষ্ট্ৰ/অঞ্চল | ![]() |
---|---|
ক'ড | IND |
স্থাপিত | ১৯২৭ |
চিনাক্তকৰণ | ১৯২৭ |
Continental Association |
OCA |
মুখ্য কাৰ্যালয় | নতুন দিল্লী |
সভাপতি | নাৰায়ন ৰামচন্দ্ৰণ ৯ ফেব্ৰুৱাৰী ২০১৪ৰ পৰা |
সাধাৰণ সম্পাদক | ৰাজীৱ মেহতা ৯ ফেব্ৰুৱাৰী ২০১৪ৰ পৰা |
ৱেবছাইট | olympic.ind.in |
বন্ধ কৰক