আফ্ৰিকা মহাদেশৰ এখন দেশ From Wikipedia, the free encyclopedia
বৎচোৱানা (ইংৰাজী: Botswana) আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
Republic of Botswana Lefatshe la Botswana (Tswana)
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য "Pula!" (Tswana) "Rain" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Fatshe leno la rona (Tswana) Blessed Be Our Noble Land |
||||||
[[Image: |250px |center |Botswana-ৰ অৱস্থান]] | ||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | গাব'ৰনে | |||||
ৰাষ্ট্ৰভাষা (সমূহ) |
|
|||||
জনগোষ্ঠীসমূহ (2012) |
|
|||||
জাতীয়তাসূচক বিশেষণ |
|
|||||
চৰকাৰ | Unitary dominant-party[1][2][3] parliamentary constitutional republic[4] | |||||
- | President | Mokgweetsi Masisi[5] | ||||
- | Vice-President | Slumber Tsogwane | ||||
- | National Assembly Speaker | Phandu Skelemani | ||||
- | Chief Justice | Terence Rannowane | ||||
Independence | from the United Kingdom | |||||
- | Established (Constitution) | 30 September 1966 | ||||
মাটিকালি | ||||||
- | মুঠ | ৫,৮১,৭৩০ বৰ্গ কিমি [6](47th) ২,২৪,৬১০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ২.৭ (১৫,৭০৭ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2018 আনুমানিক | ২২,৫৪,০৬৮'"`UNIQ--ref-০০০০০০০৬-QINU`"''"`UNIQ--ref-০০০০০০০৭-QINU`"' (১৪৫th) | ||||
- | ২০১১ লোকপিয়ল | ২০,২৪,৯০৪ | ||||
জিডিপি (পিপিপি) | 2019 আনুমানিক | |||||
- | মুঠ | $39.848 billion[7] | ||||
- | জনমুৰি | $18,113[7] | ||||
জিডিপি (নামমাত্ৰ) | 2019 আনুমানিক | |||||
- | মুঠ | $17.197 billion[7] | ||||
- | জনমুৰি | $7,817[7] | ||||
জিনি সহগ? (2015) | 53.3 | |||||
মানৱ উন্নয়ন সূচক (2019) | 0.735 (100th) | |||||
মুদ্ৰা | Pula (BWP ) |
|||||
সময় অঞ্চল | Central Africa Time (GMT+2)[8] | |||||
তাৰিখ বিন্যাস | dd/mm/yyyy | |||||
গাড়ী চলোৱা হয় | left | |||||
ইণ্টাৰনেট টিএলডি | .bw | |||||
ৱেবচাইট www |
||||||
কলিং ক'ড | ++267 |
হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী। বৎচোৱানাৰ মধ্য আৰু দক্ষিণ-পশ্চিমভাগৰ অধিকাংশ অঞ্চল জুৰি কালাহাৰি মৰুভূমি অৱস্থিত। দেশখনত প্ৰাণীবিলাকৰ বাবে বহুতো অভয়াৰণ্য আছে।
স্বাধীনতাৰ পিছৰে পৰা বৎচোৱানাত স্থিতিশীল গণতন্ত্ৰ বিৰাজমান। এজন নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে দেশখন শাসন কৰে। গাবোৰোন হ'ল দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। ইংৰেজী দেশখনৰ চৰকাৰী ভাষা হ'লেও বেছিভাগ মানুহেই বাণ্টু ভাষাত কথা পাতে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.