ব্ৰজেন বৰা
অসমীয়া কথাছবি পৰিচালক, অভিনেতা / From Wikipedia, the free encyclopedia
ব্ৰজেন বৰা (ইংৰাজী: Brajen Borah) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত।১৯৮২ চনত সাদৰী নামে অসমীয়া চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে। অভিনেতা হিচাপে তেওঁ প্ৰধানকৈ এক্সনধৰ্মী চৰিত্ৰত অভিনয় কৰি আহিছে। চলচ্চিত্ৰত অভিনয় কৰা উপৰিও তেওঁ এজন অনাঁতাৰ শিল্পী হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত নাটকত কণ্ঠ দিছে। "এটা নতুন পথেৰে" আৰু "কুকুৰনেছীয়া বাঘৰ দৰে" নাটকৰ বাবে "অল ইণ্ডিয়া ৰেডিঅ"ই তেওঁক পুৰস্কৃত কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]।
এই অসমৰ প্ৰসিদ্ধ ব্যক্তি সম্পৰ্কীয় জীৱনীমূলক চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটো ব্ৰজেন বৰাৰ বিষয়ে। একে নামৰ, কিন্তু বৰুৱা উপাধিৰ আন এজন ব্যক্তিৰ বাবে ব্ৰজেন বৰুৱা চাওক।
ক্ষিপ্ৰ তথ্য ব্ৰজেন বৰা, জন্ম ...
বন্ধ কৰক