![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/4b/Vaibhavi_Merchant_don2_screening.jpg/640px-Vaibhavi_Merchant_don2_screening.jpg&w=640&q=50)
বৈভৱী মাৰ্চেণ্ট
From Wikipedia, the free encyclopedia
বৈভৱী মাৰ্চেণ্ট (ইংৰাজী: Vaibhavi Merchant) হৈছে বলীউডৰ ছবিত কাম কৰা এগৰাকী ভাৰতীয় নৃত্য পৰিচালক। ১৯৯৯ চনত হম দিল দে চুকে সনামৰ ঢোলী তাৰো ধোল বাজে গীতটিৰ বাবে তেওঁ শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য বৈভৱী মাৰ্চেণ্টVaibhavi Merchant, জন্ম ...
বৈভৱী মাৰ্চেণ্ট Vaibhavi Merchant | |
---|---|
![]() ডন ২ ৰ বিশেষ প্ৰদৰ্শনীত বৈভৱী | |
জন্ম | ৩১ আগষ্ট ২০০৭ চেন্নাই, তামিলনাডু, ভাৰত |
পেচা | কোৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯ – বৰ্তমানলৈ |
আত্মীয়-স্বজন |
|
ৱেবছাইট | |
www |
বন্ধ কৰক